ETV Bharat / state

গোলাঘাটত ৮৯ তম শ্রীমন্ত শংকৰদেৱ সংঘৰ মূল অধিবেশনৰ ব্যাপক প্ৰস্ততি

author img

By

Published : Nov 6, 2019, 11:17 AM IST

গোলাঘাটত কমাৰগাঁৱত ৮৯তম শ্রীমন্ত শংকৰদেৱ সংঘৰ মূল অধিবেশনৰ ব্যাপক প্ৰস্ততি গোলাঘাট জিলাৰ শংকৰ সংঘৰ। বোকাখাট জিলা সমিতিয়ে ভকত বৈষ্ণৱক আপ্যায়ন কৰিবলৈ কৰিছে শ শ বিঘা ভূমিত বিভিন্ন ধৰণৰ খেতি ।

গোলাঘাটত ৮৯ তম শ্রীমন্ত শংকৰদেৱ সংঘৰ মূল অধিবেশনৰ ব্যাপক প্ৰস্ততি

গোলাঘাট,6 নৱেম্বৰ: গোলাঘাট কমাৰগাঁওৰ বৰ-দিহিঙীয়াৰ কাজিৰঙা সমন্বয় ক্ষেত্ৰত এইবাৰ অনুষ্ঠিত হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৯ সংখ্যক অধিবেশন । অধিৱেশনলৈ মাজত মাথো তিনিটা মাহ । লক্ষাধিক ভকত বৈষ্ণৱক আদৰিবলৈ সাজু হৈছে গোলাঘাট জিলাৰ শংকৰ সংঘৰ বাপ বান্ধৱসকলৰ লগতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বোকাখাত জিলা সমিতি। ভকত বৈষ্ণৱক আপ্যায়নৰ বাবে বৰ্তমান বোকাখাত জিলা সমিটিয়ে কমাৰগাঁৱৰ শুনাৰী চাপৰিত কৰিছে বিভিন্ন ধৰণৰ খেতি । আলু,লাই,মটৰ,বিন খেতি কৰিছে বহু বিঘা মাটিত । ঘৰৰ সকলো কাম এৰি পুৰুষ,যুৱকৰ সমান্তৰাল ভাৱে মহিলা,যুৱতী সকলো এতিয়া দিনে নিশাই ব্যস্ত হৈ পৰিছে খেতি কৰাত। এনেদৰে এতিয়া সমগ্ৰ বোকাখাট,নুমলীগড় অঞ্চলত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৯তম অধিৱেশনক লৈ সকলোৰে ব্যস্ততাৰ অন্ত নাই ।

লগতে পঢ়ক: আৰম্ভ হ'ল 'ব্ৰহ্মপুত্ৰ পুস্কৰ-সাংস্কৃতিক মহোৎসৱ'

Intro:গোলাঘাটত ৮৯ তম শ্রীমন্ত শংকৰদেৱ সংঘৰ মূল অধিবেশনৰ ব্যাপক প্ৰস্ততি । বোকাখাট জিলা সমিতিয়ে ভকত বৈষ্ণৱক আপ্যায়ন কৰিবলৈ কৰিছে শ শ বিঘা ভূমিত বিভিন্ন ধৰণৰ খেতি ।
Body:এইবাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৯ সংখ্যক অধিবেশন অনুষ্ঠিত হব গোলাঘাট কমাৰগাঁওৰ বৰ-দিহিঙীয়াৰ কাজিৰঙা সমন্বয় ক্ষেত্ৰত । অধিৱেশন ভাগলৈ মাজত মাথোঁ তিনিটা মাহ । লক্ষ লক্ষভকত প্ৰাণ বৈষ্ণৱক আদৰিবলৈ সাজু হৈছে গোলাঘাট জিলাৰ শংকৰ সংঘৰ লোক সকলৰ লগতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বোকাখাট জিলা সমিতি ।। ভকত বৈষ্ণৱ ক আপ্যায়নৰ বাবে বোকাখাট জিলা সমিটিয়ে কমাৰগাঁওৰ শুনাৰী চাপৰিত কৰিছে বিভিন্ন ধৰণৰ খেতি । আলু, লাই, মটৰ, বিন খেতি কৰিছে বহু বিঘা মাটিত । ঘৰৰ সকলো কাম এৰি পুৰুষ, যুৱকৰ সমান্তৰাল ভাৱে মহিলা, যুৱতী সকলো এতিয়া দিনে নিশাই ব্যস্ত হৈ পৰিছে খেতি কৰাত । এনেদৰে এতিয়া সমগ্ৰ বোকাখাট, নুমলীগড় অঞ্চলত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৯ তম অধিৱেশনক লৈ ব্যস্ততাৰ অন্ত নাই সকলোৰে ।Conclusion:Byte 1,2 : সেৱকী
গোলাঘাট পৰা চামিম আলি , etv Bharat, অসম

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.