ETV Bharat / state

কাজিৰঙাত শোকাৱহ পথ দুৰ্ঘটনা, নিহত 3 - দুৰ্ঘটনাত নিহত

কাজিৰঙাৰ হালধিবাৰীত সংঘটিত হৈছে এক শোকাবহ পথ দুৰ্ঘটনা ৷ দুৰ্ঘটনাৰ ফলত নিহত হৈছে তিনিজন যাত্ৰী ৷

golaghat road accident, 3 died
কাজিৰঙাত শোকাৱহ পথ দুৰ্ঘটনাঃ নিহত 3
author img

By

Published : Feb 19, 2021, 12:23 PM IST

গোলাঘাট, 19 ফেব্ৰুৱাৰী : কাজিৰঙাৰ হালধিবাৰীত সংঘটিত হৈছে এক শোকাবহ পথ দুৰ্ঘটনা ৷ নিয়ন্ত্ৰণ হেৰুৱাই গছৰ মূঢ়াত খুন্দা মাৰে এখন এল্ট‘ বাহনে ৷ দুৰ্ঘটনাটোৰ ফলত নিহত হৈছে তিনিজন যাত্ৰী ৷

দুৰ্ঘটনাগ্ৰস্ত বাহনখন নলবাৰীৰ পৰা গোলাঘাট অভিমুখে আহি আছিল বুলি জানিব পৰা গৈছে ৷ দুৰ্ঘটনাত নিহত কেইজন ক্ৰমে কনকশেন দাস, ফুলেন বৰ্মণ আৰু কাৰ্বি আংলঙৰ বিৰেন ৰংহাংপি বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক: হঠাৎ গুৰুতৰভাৱে অসুস্থ প্ৰফুল্ল কুমাৰ মহন্ত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.