গোলাঘাট, 11 ডিচেম্বৰ: গোলাঘাটৰ নুমলীগড় ৰেল ষ্টেচনত ৰেলপথ অৱৰোধ কাৰ্যসূচী ৰূপায়ন কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে CAB প্ৰতিবাদকাৰীয়ে ৷ বুধবাৰে উজনিমুৱা মৰিয়নি ডিমাপুৰ পেছেনজাৰ ৰেলখন অৱৰোধ কৰে প্ৰতিবাদকাৰীয়ে । কৃষক মুক্তি সংগ্ৰাম সমিতি, বীৰ লাচিত সেনা আৰু চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত ৰেল অৱৰোধ কাৰ্যসূচীত অংশগ্ৰহণ কৰে বহু সংখ্যক স্থানীয় ৰাইজে । আনহাতে প্ৰতিবাদকাৰীৰ ৰেলপথ অৱৰোধ কাৰ্যসূচীৰ বাবে যাত্ৰীসকলৰ মাজত হুৱা-দুৱাৰ সৃষ্টি হয় ৷ পৰৱৰ্তি সময়ত আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ৷
নুমলীগড় ৰেল ষ্টেচনত লাচিত সেনাৰ ৰেলপথ অৱৰোধ - নুমলীগড় ৰেল ষ্টেচনত লাচিত সেনাৰ ৰেলপথ অৱৰোধ
কৃষক মুক্তি সংগ্ৰাম সমিতি, বীৰ লাচিত সেনা আৰু চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত ৰেল অৱৰোধ কাৰ্যসূচীত অংশগ্ৰহণ কৰে বহু সংখ্যক স্থানীয় ৰাইজে ।
![নুমলীগড় ৰেল ষ্টেচনত লাচিত সেনাৰ ৰেলপথ অৱৰোধ ৰেল ষ্টেচনত লাচিত সেনাৰ ৰেলপথ অৱৰোধ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-5341075-thumbnail-3x2-l.jpg?imwidth=3840)
গোলাঘাট, 11 ডিচেম্বৰ: গোলাঘাটৰ নুমলীগড় ৰেল ষ্টেচনত ৰেলপথ অৱৰোধ কাৰ্যসূচী ৰূপায়ন কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে CAB প্ৰতিবাদকাৰীয়ে ৷ বুধবাৰে উজনিমুৱা মৰিয়নি ডিমাপুৰ পেছেনজাৰ ৰেলখন অৱৰোধ কৰে প্ৰতিবাদকাৰীয়ে । কৃষক মুক্তি সংগ্ৰাম সমিতি, বীৰ লাচিত সেনা আৰু চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত ৰেল অৱৰোধ কাৰ্যসূচীত অংশগ্ৰহণ কৰে বহু সংখ্যক স্থানীয় ৰাইজে । আনহাতে প্ৰতিবাদকাৰীৰ ৰেলপথ অৱৰোধ কাৰ্যসূচীৰ বাবে যাত্ৰীসকলৰ মাজত হুৱা-দুৱাৰ সৃষ্টি হয় ৷ পৰৱৰ্তি সময়ত আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ৷
নুমলীগড় ৰেল ষ্টেচনত লাচিত সেনাৰ ৰেল অৱৰোধ
গোলাঘাট, 11 ডিচেম্বৰ: গোলাঘাটৰ নুমলীগড় ৰেল ষ্টেচনত ৰেল অৱৰোধ কাৰ্যসূচী ৰূপায়ন কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে CAB প্ৰতিবাদকাৰীয়ে৷ উজনিমুৱা মৰিয়নি ডিমাপুৰ পেছেনজাৰ অৱৰোধ কৰে প্ৰতিবাদকাৰীয়ে । কৃষক মুক্তি সংগ্ৰাম সমিতি, বীৰ লাচিত সেনা আৰু চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত ৰেল অৱৰোধ কাৰ্যসূচীত অংশগ্ৰহণ কৰে বহু সংখ্যক স্থানীয় ৰাইজে । আনহাতে প্ৰতিবাদকাৰীৰ ৰেলপথ অৱৰোধ কাৰ্যসূচীৰ বাবে যাত্ৰীসকলৰ মাজত হুৱা-দুৱাৰ সৃষ্টি হয় ৷ পৰৱৰ্তি সময়ত আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ৷
Conclusion:
TAGGED:
গোলাঘাটত ৰেলপথ অৱৰোধ