ETV Bharat / state

সত্যৰঞ্জন বৰাৰ বিৰুদ্ধে গৰজি উঠিছে গোলাঘাটৰ বিভিন্ন দল-সংগঠন

author img

By

Published : Sep 1, 2020, 9:57 AM IST

সোমবাৰে গোলাঘাটত হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাৰ বিৰুদ্ধে আয়োজন কৰা হয় সংবাদমেল ৷ সংবাদমেলৰ পৰাই বিতৰ্কিত মন্তব্য কৰা সত্যৰঞ্জন বৰাক সকীয়নি প্ৰদান কৰে বিভিন্ন দল-সংগঠনে ৷

Golaghat press meet against Satyaranjan Borah
সত্যৰঞ্জন বৰাৰ বিৰুদ্ধে গৰজি উঠিছে গোলাঘাটৰ বিভিন্ন দল-সংগঠন

গোলাঘাট, 1 ছেপ্তেম্বৰঃ সাম্প্ৰদায়িক মন্তব্য কৰা সত্যৰঞ্জন বৰাৰ বিৰুদ্ধে গৰজি উঠিছে গোলাঘাটৰ বিভিন্ন দল-সংগঠন ৷ সোমবাৰে গোলাঘাটত হিন্দুত্ববাদী নেতাগৰাকীৰ বিৰুদ্ধে সংবাদমেল আয়োজন কৰে আমছু, আটছা(স্বতন্ত্ৰ), ঐকসেনা অসম, আহোম সেনা,গৰিয়া মৰিয়া জাতীয় পৰিষদে ৷ সংবাদমেলৰ পৰাই বিতৰ্কিত মন্তব্য কৰা সত্যৰঞ্জন বৰাক সকীয়নি প্ৰদান কৰে সংগঠনকেইটাই ৷

সত্যৰঞ্জন বৰাৰ বিৰুদ্ধে গোলাঘাটত সংবাদমেল

আনহাতে, সত্যৰঞ্জন বৰাৰ বিৰুদ্ধে চৰকাৰে কোনো বিহিত ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবেও ক্ষুদ্ধ পৰিছে সংগঠনকেইটাৰ নেতৃবৃন্দ ৷ চৰকাৰৰ কৃপাদৃষ্টি থকা বাবেই আজিপৰ্যন্ত তেখেতৰ ওপৰত কোনো ব্যৱস্থা লোৱা হোৱা নাই বুলিও মন্তব্য কৰে আমছুৰ নেতৃবন্দই ৷

লগতে পঢ়ক-4 ছেপ্টেম্বৰলৈ অসমত কাৰ্যকৰী নহ'ব আনলক 4

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.