গোলাঘাট,29 মাৰ্চ:কাৰ্বি আংলং জিলাৰ সীমামূৰীয়া চকীহোলাৰ বিষাক্ত কাঠফুলা খাই একেটা পৰিয়ালৰ ছজনকৈ লোক অসুস্থ। চকীহোলাৰ ৰশ্মি তেৰংপি আৰু তেওঁৰ ৫ সন্তান বৰ্তমান চিকিৎসাধীন ।
কাৰ্বি আংলঙত বিষাক্ত কাঠফুলা খাই অসুস্থ ছজনকৈ লোক - ETV BHARAT
কাৰ্বি আংলঙত বিষাক্ত কাঠফুলা খাই একেটা পৰিয়ালৰ ৬ জন অসুস্থ ৷ দুজনক সংকটজনক অৱস্থাত আই চি ইউত ভৰ্তি কৰোৱা হৈছে ৷
কাৰ্বি আংলঙৰ চকীহোলাত বিষাক্ত কাঠফুলা খাই অসুস্থ ৬
গোলাঘাট,29 মাৰ্চ:কাৰ্বি আংলং জিলাৰ সীমামূৰীয়া চকীহোলাৰ বিষাক্ত কাঠফুলা খাই একেটা পৰিয়ালৰ ছজনকৈ লোক অসুস্থ। চকীহোলাৰ ৰশ্মি তেৰংপি আৰু তেওঁৰ ৫ সন্তান বৰ্তমান চিকিৎসাধীন ।
Intro:গোলাঘাট কাৰ্বি আংলং জিলাৰ সীমা মূৰীয়া চকীহোলাৰ একেটা পৰিয়ালৰ ছজন লোক বিষাক্ত কাঠফুলা খাই অসুস্থ। চকীহোলাৰ ৰশ্মি তেৰংপি আৰু ৫ সন্তান চিকিৎসাধীন। গোলাঘাট কচশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা পৰিয়ালটোৰ দুটা শিশু সংকটজনক অৱস্থাত চিকিৎসালয়ৰ আইচিইউত চিকিৎসা হৈ আছে। পৰিয়ালটোৰ ৰাইকম ইংতি, জিৰ্জা ইংতি, ৰকচাং ইংতি আৰু চাৰমিংদা ইংতি চিকিৎসাধীন হৈ আছে গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত। ইয়াৰে ৬ বছৰীয়া জিৰ্জা ইংতি আৰু ৩ বছৰীয়া চাৰমিংদা ইংতি সংকপজনক অৱস্থাত আইচিইউত ভৰ্তি হৈ আছে।
Body:Byte : ৰশ্মি তেৰংপি।
Conclusion:
Body:Byte : ৰশ্মি তেৰংপি।
Conclusion: