ETV Bharat / state

সংৰক্ষণ হ'ব কুশল কোঁৱৰক বন্দী কৰি ৰখা কয়দী কোঠা - গোলাঘাট আৰক্ষী

৭৬ সংখ্যক শ্বহীদ কুশল কোঁৱৰৰ মৃত্যু তিথি উপলক্ষে গোলাঘাট আৰক্ষীৰ উল্লেখনীয় পদক্ষেপ,কুশল কোঁৱৰক বন্দী কৰি ৰখা গোলাঘাট আৰক্ষী চকীৰ এটা কয়দী কোঠা সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰিছে গোলাঘাটৰ আৰক্ষী অধীক্ষক পুষ্পৰাজ সিঙে ৷

এটা বিশেষ কয়দী কোঠা সংৰক্ষণৰ ব্যৱস্থা গোলাঘাট আৰক্ষীৰ
author img

By

Published : Jun 15, 2019, 5:05 PM IST

গোলাঘাট,১৫জুন : আজি ৭৬ সংখ্যক শ্বহীদ কুশল কোঁৱৰৰ মৃত্যু তিথি । মৃত্যু তিথি উপলক্ষে গোলাঘাট আৰক্ষীয়ে লৈছে উল্লেখনীয় পদক্ষেপ । কোৱৰক ৰখা গোলাঘাটৰ এটা কয়দী কোঠা সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰিলে গোলাঘাট আৰক্ষী অধীক্ষক পুষ্পৰাজ সিঙে ।

এটা বিশেষ কয়দী কোঠা সংৰক্ষণৰ ব্যৱস্থা গোলাঘাট আৰক্ষীৰ

উল্লেখ্যযোগ্য যে, স্বাধীনতা সংগ্ৰামৰ অন্যতম গোলাঘাটৰ সংগ্ৰামী শ্বহীদ কুশল কোঁৱৰক বৃটিছে মৃত্যুদণ্ড বিহিছিল ১৯৪৩ চনৰ ১৫ জুন তাৰিখে । সেই সময়ত বহু বাৰ তদন্তৰ খাতিৰত গোলাঘাট আৰক্ষী থানালৈ অনা হৈছিল কোৱৰক । কোৱৰক থানালৈ আনি ৰখা হৈছিল সেই বিশেষ কয়দী কোঠাটোত । যাৰ বাবে শ্বহীদ গৰাকীৰ স্মৃতিত গোলাঘাট আৰক্ষী থানাৰ ভিতৰত থকা বৃটিছৰ সময়ৰ এই কয়দী কোঠাটোক সংৰক্ষণৰ ব্যৱস্থা কৰিছে গোলাঘাট আৰক্ষী অধীক্ষক পুষ্পৰাজ সিঙে । ইফালে, শ্বহীদ গৰাকীৰ মৃত্যুতিথি উপলক্ষে গোলাঘাট আৰক্ষী থানাত শ্বহীদ গৰাকীক স্মৰণ কৰি বন্তি প্ৰজ্জ্বলন কৰে আৰক্ষীৰ লোকসকলে ।

Intro:গোলাঘাট আৰক্ষী থানাত অৱস্থিত ঐতিহাসিক এটা কয়দী কোঠাক সংৰক্ষণৰ ব্যৱস্থা। এই কয়দী কোঠাতে বহু সময় ধৰি ৰখা হৈছিল শ্বহীদ কুশল কোঁৱৰক। স্বাধীনতা সংগ্ৰামৰ অন্যতম গোলাঘাটৰ সংগ্ৰামী শ্বহীদ কুশল কোঁৱৰক বৃটিছে মৃত্যুদণ্ড বিহিছিল ১৯৪৩ চনৰ ১৫ জুন তাৰিখে। সেই সময়ত বহু বাৰ তদন্তৰ খাতিৰত গোলাঘাট আৰক্ষী থানালৈ আনি ৰখা হৈছিল এই চেলটোতে। আজি যিহেতু ৭৬ সংখ্যক শ্বহীদ কুশল কোঁৱৰৰ মৃত্যু তিথি, এই দিনটোতে গোলাঘাট আৰক্ষীয়ে স্মৰণ কৰিলে শ্বহীদ গৰাকীক। শ্বহীদ গৰাকীৰ স্মৃতিত গোলাঘাট আৰক্ষী থানাৰ ভিতৰত থকা বৃটিছৰ সময়ৰ এই কয়দী কোঠাটোক সংৰক্ষণৰ ব্যৱস্থা কৰিছে। গোলাঘাট আৰক্ষী অধীক্ষক পুষ্পৰাজ সিঙে শ্বহীদ কুশল কোঁৱৰক আবদ্ধ কৰি ৰখা কয়দী কোঠাটোক সংৰক্ষণৰ ব্যৱস্থা কৰিছে। গোলাঘাট আৰক্ষী থানাত শ্বহীদ গৰাকীক স্মৰণ কৰি শ্বহীদ কুশল কোঁৱৰৰ ফটোত বন্তি প্ৰজ্জ্বলন, পুষ্প অৰ্পণ কৰে আৰক্ষী অধীক্ষক গৰাকীৰ লগতে আৰক্ষীৰ লোকে। গোলাঘাট আৰক্ষী অধীক্ষক গৰাকীয়ে ঐতিহাসিক কয়দী কোঠাটোক সংৰক্ষণ কৰা ব্যৱস্থা কৰা হব বুলি জানিবলৈ দিয়ে।

Body:Byte 1 : S.P Golaghat
গোলাঘাটৰ পৰা দিগন্ত চাহুৰ ৰিপৰ্ট, Etv Bharat অসম।

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.