ETV Bharat / state

গোলাঘাটত হোটেল আৰু দুগ্ধ বিক্ৰী কেন্দ্ৰত খাদ্য সুৰক্ষা বিভাগৰ অভিযান - খাদ্য সুৰক্ষা কেন্দ্ৰ

খাদ্য সুৰক্ষা বিভাগৰ অভিযানত চহৰৰ বহুকেইখন হোটেলৰ অস্বাস্থ্যকৰ পানী আৰু ভেজাল গাখীৰ নষ্ট ৷

গোলাঘাটত হোটেল আৰু দুগ্ধ বিক্ৰী কেন্দ্ৰত খাদ্য সুৰক্ষা কেন্দ্ৰত অভিযান
author img

By

Published : Mar 14, 2019, 5:17 PM IST

গোলাঘাট,১৪মাৰ্চ: গোলাঘাটত সঘনাই হৈ থকা খাদ্ৰজনিতৰোগৰ প্ৰতি লক্ষ্য ৰাখি খাদ্য সুৰক্ষা বিভাগেবৃহস্পতিবাৰে গোলাঘাট নগৰৰ হোটেল আৰু দুগ্ধ বিক্ৰী কেন্দ্ৰত চলাই অভিযান । গোলাঘাট উপায়ুক্তৰ নিৰ্দেশ মৰ্মেখাদ্য সুৰক্ষা বিভাগ আৰু এগৰাকী দণ্ডাধীশৰ নেতৃত্বত চলোৱা হয় এই অভিযান । অভিযানকাৰী দলটোৱে গোলাঘাটৰ বেদীকা, কঠালগুৰী দুগ্ধ বিক্ৰী কেন্দ্ৰৰ উপৰিও বহুকেইখন দুগ্ধ বিক্ৰী কেন্দ্ৰত ভেজাল গাখীৰ নষ্ট কৰাৰ লগতে হোটেলত দুগ্ধ জাতীয় মিঠাই আৰু মিঠাই তৈয়াৰ কৰা বিভিন্ন সা-সামগ্ৰীও পৰ্যবেক্ষণ কৰে । জিলাখনৰ ভোগ হোটেল, অন্নপূৰ্ণা , বলোৰাম আদি হোটেলত অভিযানকাৰী দলটোৱে পৰিৱেশ পৰ্যবেক্ষণ কৰি ,হোটেলে যোগান ধৰা অস্বাস্থ্যকৰ খোৱা পানীৰ বাবে হোটেলৰ বিৰুদ্ধে অভিযোগ তোলে দলটোৱ ৷

খাদ্য সুৰক্ষা বিভাগৰ অভিযান

Intro:গোলাঘাট নগৰৰ হোটেল আৰু দুগ্ধ বিক্ৰী কেন্দ্ৰত খাদ্য সুৰক্ষা বিভাগৰ অভিযান। বহুকেইখন দুগ্ধ বিক্ৰী কেন্দ্ৰত ভেজাল গাখীৰ নষ্ট কৰে অভিযানকাৰী দলটোৱে। ইয়াৰ উপৰিও হোটেলত দুগ্ধ জাতীয় মিঠাই আৰু মিঠাই তৈয়াৰ কৰা বিভিন্ন সা-সামগ্ৰী পৰ্যবেক্ষণ কৰে ।

Body:গোলাঘাটত সঘনাই হৈ থকা স্বাস্থ্যজনীত ৰোগৰ প্ৰতি লক্ষ্য ৰাখি গোলাঘাট উপায়ুক্তৰ নিৰ্দেশ মৰ্মে গোলাঘাট খাদ্য সুৰক্ষা বিভাগ আৰু এগৰাকী দণ্ডাধীশৰ নেতৃত্বত গোলাঘাট হোটেল আৰু দুগ্ধ বিক্ৰী কেন্দ্ৰত অভিযান চলাই। এই অভিযানত বেদীকা, কঠালগুৰী দুগ্ধ বিক্ৰী কেন্দ্ৰত বহু ভেজাল গাখীৰ নষ্ট কৰে অভিযানকাৰী দলটোৱে। নগৰৰ ভোগ হোটেল, অন্নপূৰ্ণা , বলোৰাম আদি হোটেলত অস্বাস্থ্যকৰ পৰিবেশত মিঠাই তৈয়াৰ কৰা পৰ্যবেক্ষণ কৰাৰ লগতে হোটেলে যোগান ধৰা অস্বাস্থ্যকৰ খোৱা পানীৰ অভিযোগ তোলে অভিযানকাৰী দলটোৱে।

Conclusion:Byte_1: মহিলা বিষয়া
Byte_2: পুৰুষ বিষয়া
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.