ETV Bharat / state

গোলাঘাটত বনকৰ্মীক আক্ৰমণ বন মাফিয়াৰ - গোলাঘাট নামবৰ সংৰক্ষিত বনাঞ্চল

তিনিজন বন মাফিয়াক বনকৰ্মীদ্বয়ে বাধা দিয়া চেষ্টা কৰোতেই এজন বন মাফিয়াই বনকৰ্মী মহিবুল হুছেইনক দাৰে আক্ৰমণ কৰে । জুৰীয়াদলং খণ্ড বন কাৰ্যালয়ৰ অধীনস্থ পাহাৰ লাইন কেম্পৰ মহিবুল হুছেইন দাৰ ঘাপত আঘাটপ্ৰাপ্ত হয় । লগে লগে বনকৰ্মীগৰাকীক ভাগ্যপুৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ প্ৰেৰণ কৰা হয় ।

golaghat Forester attack
বন মাফিয়াৰ হাতৰ পৰা কথমপি প্ৰাণ ৰক্ষা নামবৰ সংৰক্ষিত বনাঞ্চলৰ বনকৰ্মীৰ
author img

By

Published : Jun 4, 2020, 4:48 PM IST

গোলাঘাট, 4 জুন : গোলাঘাটৰ নামবৰ সংৰক্ষিত বনাঞ্চলত কৰ্তব্যৰত বনকৰ্মীক দাৰে আক্ৰমণ বন মাফিয়াৰ । ফলত কথমপি প্ৰাণ ৰক্ষা কৰে বনকৰ্মীজনে। নামবৰ বনাঞ্চলত বন মাফিয়াই গছ কাটি থকা খবৰ পায় উক্ত স্থানত উপস্থিত হয় দুজন কৰ্তব্যৰত বনকৰ্মী ৷ তিনিজন বন মাফিয়াক বনকৰ্মীদ্বয়ে বাধা দিয়াৰ চেষ্টা কৰোতেই এজন বন মাফিয়াই বনকৰ্মী মহিবুল হুছেইনক দাৰে আক্ৰমণ কৰে। জুৰীয়াদলং খণ্ড বন কাৰ্যালয়ৰ অধীনষ্ঠ পাহাৰ লাইন কেম্পৰ মহিবুল হুছেইন দাৰ ঘাপত আঘাটপ্ৰাপ্ত হয় । লগে লগে বনকৰ্মীগৰাকীক ভাগ্যপুৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ প্ৰেৰণ কৰা হয়। ইতিমধ্যে উক্ত ঘটনা সন্দৰ্ভত বগীজান থানাত এক গোচৰ ৰুজু কৰিছে বন বিভাগে।

বন মাফিয়াৰ হাতৰ পৰা কথমপি প্ৰাণ ৰক্ষা নামবৰ সংৰক্ষিত বনাঞ্চলৰ বনকৰ্মীৰ

লগতে পঢ়কঃ একেদিনাই পাণবজাৰ আৰক্ষীৰ জালত কেইবাজনো অভিযুক্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.