ETV Bharat / state

চাহ জনজাতি সন্থাৰ প্ৰতিবাদত উত্তাল গোলাঘাটৰ ৰাজপথ - পল্লৱ লোচন

সাংসদ পল্লৱ লোচন দাসৰ মন্তব্যৰ পিছতে গোলাঘাটত চাহ জনগোষ্ঠীৰ ৰাইজৰ মাজত ক্ষোভৰ উদ্গীৰণ। চাহ শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধিৰ দাবীক সাংসদ পল্লৱ লোচন দাসে ভিত্তিহীন বুলি মন্তব্য কৰাক লৈ ক্ষোভ। গোলাঘাট জিলা চাহ জনজাতি সন্থাৰ প্ৰতিবাদ।

চাহ জনজাতি সন্থাৰ প্ৰতিবাদত উত্তাল গোলাঘাটৰ ৰাজপথ

author img

By

Published : Oct 8, 2020, 11:51 AM IST

গোলাঘাট, ৮অক্টোবৰ: অসম চাহ জনজাতি সন্থাৰ প্ৰতিবাদত উত্তাল গোলাঘাটৰ ৰাজপথ। সাংসদ পল্লৱ লোচন দাসে চাহ শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধিৰ দাবী ভিত্তিহীন বুলি মন্তব্য কৰাৰ পিছতে ক্ষোভিত হৈ পৰিছে চাহ জনগোষ্ঠীৰ লোকসকল। দীৰ্ঘদিন ধৰি দৈনিক মজুৰি ৩৫১ টকালৈ বৃদ্ধি কৰাৰ দাবী জনায় আহিছিল চাহ শ্ৰমিকসকলে। বুধবাৰেও দীৰ্ঘদিনীয়া সমস্য়া সমাধানৰ দাবীত অসম চাহ জনজাতি সন্থাৰ নেতৃত্বত প্ৰতিবাদ সাব্যস্ত কৰিছিল চাহ শ্ৰমিকে।

চাহ জনজাতি সন্থাৰ প্ৰতিবাদত উত্তাল গোলাঘাটৰ ৰাজপথ
চাহ জনজাতি সন্থাৰ প্ৰতিবাদত উত্তাল গোলাঘাটৰ ৰাজপথ

দৈনিক মজুৰি ৩৫১ টকালৈ বৃদ্ধি কৰাৰ দাবীক সাংসদ গৰাকীয়ে ভিত্তহীন বুলি মত প্ৰকাশ কৰিছিল। ইয়াৰ পিছতে বৃহস্পতিবাৰে পল্লৱ লোচন দাসৰ প্ৰতিকৃতি দাহ কৰি বিক্ষোভ প্ৰদৰ্শন কৰে গোলাঘাট জিলা চাহ জনজাতি সন্থাই।

লগতে পঢ়ক:বঙালী নিৰ্যাতনৰ অভিযোগত শিলচৰত প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.