ETV Bharat / state

গোলাঘাটত দীক্ষুৰ সংগীতানুষ্ঠান - গোলাঘাট নগৰ ৰঙালী বিহু সন্মিলন

গোলাঘাট নগৰ ৰঙালী বিহু সন্মিলনৰ অন্তিম কাৰ্যসূচীত জনপ্ৰিয় কন্ঠশিল্পী দীক্ষুৰ গীতৰ শৰাই ৷ গোলাঘাট সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত এই সাংস্কৃতিক অনুষ্ঠানত আয়াৰলেণ্ডৰ বিদেশী পৰ্যটকৰো অংশগ্ৰহণ ৷

গোলাঘাটত দীক্ষুৰ গীতৰ শৰাই
author img

By

Published : Apr 22, 2019, 9:09 AM IST

গোলাঘাট, 22 এপ্ৰিলঃ ১২ বছৰ অতিক্ৰম কৰা বৃহত্তৰ গোলাঘাট নগৰ ৰঙালী বিহু সন্মিলনৰ অন্তিম অনুষ্ঠানত অসমৰ জনপ্ৰিয় কন্ঠশিল্পী দিক্ষুৱে গীত পৰিৱেশন কৰে। গোলাঘাট সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হোৱা এই বিহু সন্মিলনত দিক্ষুৰ গীতৰ লহৰে লহৰে বিহু নাচি মতলীয়া হৈ পৰে উপস্থিত দৰ্শক ৷ ইয়াৰ উপৰিও অনুষ্ঠানত আয়াৰলেণ্ডৰ বিদেশী পৰ্যটকৰ এটা দলেও অংশ গ্ৰহণ কৰে ৷

Intro:গোলাঘাটত দিক্ষুৰ গীতৰ শৰাই। ১২ বছৰ অতিক্ৰম কৰা বৃহত্তৰ গোলাঘাট নগৰ ৰঙালী বিহু সন্মিলনৰ অন্তিম কাৰ্যসূচীত অসমৰ জনপ্ৰিয় কন্ঠশিল্পী দিক্ষুয়ে গীত পৰিৱেশন কৰে। Body:গোলাঘাটত দিক্ষুৰ গীতৰ শৰাই। ১২ বছৰ অতিক্ৰম কৰা বৃহত্তৰ গোলাঘাট নগৰ ৰঙালী বিহু সন্মিলনৰ অন্তিম কাৰ্যসূচীত অসমৰ জনপ্ৰিয় কন্ঠশিল্পী দিক্ষুয়ে গীত পৰিৱেশন কৰে। গোলাঘাট সমন্বয় ক্ষেত্ৰত আয়োজন কৰা বিহু সন্মিলনত দিক্ষুৰ গীতৰ লহৰে লহৰে সৰুৰ পৰা ডাঙৰ লৈকে সকলোৱে বিহু নাচি আনন্দ কৰে। ইয়াৰ উপৰিও আয়াৰলেণ্ডৰ বিদেশী পৰ্যটকৰ এটা দলকো দিক্ষুৰ গীতৰ শৰাই উপভোগ কৰা দেখা গ'ল। " আহ ঐ আহ খেতি কৰ্বাক লবি " গীতেৰে আৰম্ভণি কৰা অনুষ্ঠানটো দৰ্শকক আপ্লুত কৰিব সক্ষম হয় কন্ঠশিল্পী দিক্ষুয়েConclusion:গোলাঘাট সমষ্টিৰ পৰা চামিম আলি, ETV bBHARAT, অসম
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.