ETV Bharat / state

গোলাঘাটত 17 জন লোকৰ মৰণোত্তৰ দেহদান - গোলাঘাট মেৰাপানীৰ মৰণোত্তৰ দেহদান

চিকিৎসা বিজ্ঞানৰ অধিক উত্তৰণৰ অৰ্থে দেওবাৰে মেৰাপানীৰ দৈয়াং মহাবিদ্যালয় প্ৰেক্ষাগৃহত পোনপ্ৰথমবাৰৰ বাবে 17 জন লোকে সম্পন্ন কৰে মৰণোত্তৰভাৱে দেহদানৰ যাৱতীয় প্ৰক্ৰিয়া।

17 গৰাকী লোকৰ মৰণোত্তৰ দেহদান
17 গৰাকী লোকৰ মৰণোত্তৰ দেহদান
author img

By

Published : Jan 5, 2020, 10:37 PM IST

গোলাঘাট, 5 জানুৱাৰীঃ দেওবাৰে অসম নাগালেণ্ড সীমান্তৱৰ্তী গোলাঘাট মেৰাপানীত ৰচিত হ'ল এক ইতিহাস । মানৱ সমাজক জীৱনদান দি অহা চিকিৎসা বিজ্ঞানলৈ অৱদান আগবঢ়াই গোলাঘাট মেৰাপানীৰ প্ৰায় 17 জন লোকে । চিকিৎসা বিজ্ঞানৰ অধিক উত্তৰণৰ অৰ্থে দেওবাৰে মেৰাপানীৰ দৈয়াং মহাবিদ্যালয় প্ৰেক্ষাগৃহত পোনপ্ৰথমবাৰৰ বাবে 17 জন লোকে সম্পন্ন কৰে মৰণোত্তৰভাৱে দেহদানৰ যাৱতীয় প্ৰক্ৰিয়া।

17 গৰাকী লোকৰ মৰণোত্তৰ দেহদান

"নতুন সমাজ" নামৰ অনুষ্ঠানটিৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি "ইলোৰা বিজ্ঞান মঞ্চ"ৰ যোগেদি অঞ্চলটোৰ গ্ৰামাঞ্চলৰ ভিন্ন বয়সৰ লোকে মৰণোত্তৰভাৱে দেহ দান কৰে । অনুষ্ঠানত বিজ্ঞানী ড: প্ৰণৱজ্যোতি চেতিয়াৰ লগতে বহুসংখ্যক বিশিষ্ট লোক উপস্থিত থাকে‌ । চিকিৎসা বিজ্ঞানৰ পৰীক্ষা-নিৰীক্ষাৰ বাবে ভাৰতত মাত্ৰ ১০ শতাংশ মানুহে প্ৰয়োজনীয় মানৱদেহ পোৱাৰ বিপৰীতে আজিৰ এই অনুষ্ঠানৰ ফলত ৰাইজৰ মাজত ব্যাপক সজাগতা সৃষ্টি হোৱা বুলি আশা কৰে সচেতন মহলে।

লগতে পঢ়ক: চৰকাৰী বিদ্যালয়ৰ দিশে অভিভাৱক !

Intro:দেশৰ চিকিৎসা বিজ্ঞানত ইতিহাস সৃষ্টি কৰি মেৰাপানীত সমুহীয়াভাৱে সোতৰজন লোকে সম্পন্ন কৰে মৰণোত্তৰ দেহদানৰ প্ৰক্ৰিয়া।

দেওবাৰে অসম নগাৰাজ্যৰ সীমান্তৱৰ্তী
গোলাঘাট মেৰাপানীত ৰচিত হ'ল এক অনন্য ইতিহাসৰ। মানৱসমাজক জীৱনদান দি অহা চিকিৎসা বিজ্ঞানক এইবাৰ ওলোটাই দিলে এক অনাকাংখিত বৰদান দিলে গোলাঘাট মেৰাপানীৰ এদল বহল মনৰ অধিকাৰী লোকে । চিকিৎসা বিজ্ঞানৰ অধিক উত্তৰণৰ অৰ্থে দেওবাৰে মেৰাপানীৰ দৈয়াং মহাবিদ্যালয় প্ৰেক্ষাগৃহত একেলগে পোনপ্ৰথম বাৰৰ বাবে সোতৰজনলোকে সম্পন্ন কৰিলে মৰণোত্তৰভাৱে দেহদানৰ যাৱতীয় প্ৰক্ৰিয়া। "নতুন সমাজ" নামৰ অনুষ্ঠানটিৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ সৈতে সঙ্গতি ৰাখি "ইলোৰা বিজ্ঞান মঞ্চ"ৰ যোগেদি অঞ্চলটোৰ গ্ৰামাঞ্চলৰ বিভিন্ন পৰ্যায় আৰু ৬২ বছৰীয়া বৃদ্ধাৰ পৰা আৰম্ভ কৰি ভিন্ন বয়সৰ লোকে মৰণোত্তৰভাৱে দেহদান আগবঢ়াই। অনুষ্ঠানত বিজ্ঞানী ড: প্ৰণৱজ্যোতি চেতিয়াৰ লগতে বহুসংখ্যক বিশিষ্ট লোক উপস্থিত থাকে‌। চিকিৎসা বিজ্ঞানৰ পৰীক্ষা নীৰিক্ষাৰ বাবে ভাৰতত মাত্ৰ ১০ শতাংশ মানহে প্ৰয়োজনীয় মানৱদেহ পোৱাৰ বিপৰীতে আজিৰ অনুষ্ঠানে মৰণোত্তৰ দেহদানৰ ক্ষেত্ৰত ব্যাপক সজাগতা সৃষ্টি হ'ব বুলি আশা কৰিছে সচেতন মহলে। এই প্ৰচেষ্টা দেশৰ চিকিৎসা বিজ্ঞানৰ ইতিহাসত বৃহৎ আৰু প্ৰথম হিচাপে বিবেচিত হৈছে।Body:Byte 1 :2: দেহ দানকাৰীConclusion:গোলাঘাট পৰা চামিম আলি ,etv Bharat,অসম
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.