ETV Bharat / state

ৰাজ্যৰ শিক্ষা বিভাগ বিৰুদ্ধে উত্তাল প্ৰতিবাদ চুতীয়া জাতি ছাত্ৰ সন্থাৰ - Etv Bharat

শিক্ষা বিভাগ তথা অসম উচ্চ মাধ্যমিক শিক্ষা পৰিষদে নৱম শ্ৰেণী আৰু দশম শ্ৰেণীৰ বৈচিত্ৰ্যময় অসম পাঠ্যক্ৰমত চুতীয়া জাতিৰ ইতিহাস অন্তৰ্ভুক্তিৰ পৰা বঞ্চিত কৰাৰ অভিযোগ চুতীয়া জাতি ছাত্ৰ সন্থাৰ

ৰাজ্যৰ শিক্ষা বিভাগ বিৰুদ্ধে উত্তাল প্ৰতিবাদ চুতীয়া জাতি ছাত্ৰ সন্থাৰ
author img

By

Published : Aug 3, 2019, 2:22 AM IST

গোলাঘাটৰ কমাৰগাঁৱৰ ৰাষ্ট্ৰীয় ঘাইপথত উত্তাল প্ৰতিবাদ চুতীয়া জাতি ছাত্ৰ সন্থাৰ

অসম উচ্চ মাধ্যমিক শিক্ষা পৰিষদে 26 জুলাইত প্ৰকাশ কৰা জাননীৰ প্ৰতিলিপি দাহ সংগঠনটোৰ

অসমৰ ইতিহাসত গুৰুত্বপূৰ্ণ ভূমিকা থকা চুতীয়া জাতিক অপমান কৰাৰ অভিযোগ

ৰাজ্যৰ শিক্ষা বিভাগ বিৰুদ্ধে উত্তাল প্ৰতিবাদ চুতীয়া জাতি ছাত্ৰ সন্থাৰ

নৱম শ্ৰেণী আৰু দশম শ্ৰেণীৰ পাঠ্যক্ৰমত চুতীয়া জাতিৰ ইতিহাস অন্তৰ্ভুক্তিৰ পৰা বঞ্চিত কৰাৰ অভিযোগ

শীৰ্ঘ্ৰে এই সংশোধন বাতিল নকৰিলে অনাগত সময়ত জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ সংগঠনটোৰ

Intro: গোলাঘাটৰ কমাৰগাঁও ৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত চুতীয়া জাতি ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ ।
Body:ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগ তথা অসম উচ্চ মাধ্যমিক শিক্ষা পৰিষদে নৱম শ্ৰেণী আৰু দশম শ্ৰেণীৰ বৈচিত্ৰ্যময় অসম পাঠ্যক্ৰমত চুতীয়া জাতিৰ ইতিহাস অন্তভুক্তিৰ পৰা বঞ্চিত কৰাৰ অভিযোগ ত এই প্ৰতিবাদ । অসমৰ ইতিহাসত গুৰুত্বপূৰ্ণ ভূমিকা থকা চুতীয়া জাতিক অপমান কৰাৰ ত জাঙুৰ খাই উঠিছে চুতীয়া জাতি ছাত্ৰ সন্থা । প্ৰতিবাদকাৰী সকলে ২৬ জুলাই তাৰিখে অসম উচ্চ মাধ্যমিক শিক্ষা পৰিষদে উলিওৱা জাননী ৰ প্ৰতিলিপি দাহ কৰে। অতিশীৰ্ঘে এই সংশোধন বাতিল নকৰিলে অনাগত সময়ত ভয়াবহ আন্দোলনৰ কায্যসূচী লব বুলিও হুংকাৰ প্ৰদান কৰে সংগঠনটোৱে।Conclusion:Byte 1 :2 : প্ৰতিবাদকাৰী
গোলাঘাট পৰা চামিম আলি , etv Bharat, অসম
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.