ETV Bharat / state

গোলাঘাট কৃষি বিভাগৰ কাৰ্যালয়ত নৈৰাজ্য!

author img

By

Published : Nov 26, 2019, 11:22 PM IST

গোলাঘাটত কৃষি বিভাগত ব্যাপক দুৰ্নীতি-অনিয়মৰ অভিযোগ ৷ মন্ত্ৰী অতুল বৰাৰ অজ্ঞাতেই একাংশ দলীয় নেতাৰ ব্যাপক অনিয়মৰ চৰ্চা সাধাৰণ ৰাইজৰ মাজত ৷

Golaghat Agriculture department corruption
গোলাঘাট কৃষি বিভাগৰ কাৰ্যালয়ত চলিছে নৈৰাজ্য

গোলাঘাট, 26 নৱেম্বৰঃ কৃষিমন্ত্ৰী অতুল বৰাৰ গৃহ জিলা গোলাঘাটতে কৃষি বিভাগৰ ব্যাপক অনিয়ম ৷ কৃষি বিভাগৰ পৰিত্যক্ত গুদামত পচিছে সাৰ আৰু খেতি পথাৰত ব্যৱহৃত কীটনাশক ঔষধ ৷ কৃষকক যোগান ধৰিব লগা সাৰৰ বস্তাৰে বনাইছে গুদামলৈ যোৱা পথ । ব্যৱহাৰ নকৰাকৈ লাখ লাখ টকাৰ কীটনাশক ঔষধ নস্ত হৈছে গুদামত ৷ মন্ত্ৰী অতুল বৰাৰ অজ্ঞাতেই একাংশ দলীয় নেতাই গোলাঘাট কৃষি বিভাগৰ কাৰ্যালয়ত চলাইছে নৈৰাজ্য ৷ স্থানীয় কৃষকে এই বিষয়ৰ ওপৰত ক্ষোভ উজাৰি মন্ত্ৰী অতুল বৰাৰ হস্তক্ষেপ দাবী কৰে ৷

গোলাঘাট কৃষি বিভাগৰ কাৰ্যালয়ত চলিছে নৈৰাজ্য

আৰু পঢ়কঃ নগা গাঁৱৰ নাম ফলক আৰি অসমৰ মাটিত নগাৰ বেদখল

Intro:কৃষিমন্ত্ৰী অতুল বৰাৰ গৃহ জিলা গোলাঘাট কৃষি বিভাগত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি আৰু অনিয়ম । কৃষি বিভাগৰ পৰিত্যক্ত গোদামত পচিছে সাৰ আৰু খেতি পথাৰত দিয়া কীটনাশক ঔষধ । মাটি উৰ্বৰতা বৃদ্ধি কৰিবলৈ আন চইল এনৰিছ পছিচে গুদামত । কৃষকক যোগান ধৰিব লগা সাৰৰ বস্তাৰে বনাইছে গুদামলৈ যোৱা পথ । একেদৰে গুদামত পছিচে লাখ লাখ টকাৰ খেতি পথাৰত দিব লগা কীটনাশক ঔষধ । সাধাৰণ কৃষকক কাৰ্য্যালয়টোত কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ । মন্ত্ৰী অতুল বৰাৰ নাম নললে সিদ্ধি নহয় কৃষকৰ কাম । মন্ত্ৰী অতুল বৰাৰ নামত একাংশ দলীয় নেতাই গোলাঘাট কৃষি বিভাগৰ কাৰ্য্যালয়ত চলাইছে নৈৰাজ্য । মন্ত্ৰীৰ অজ্ঞাতেই নৈৰাজ্য চলিছে কাৰ্য্যালয়টোত । কৃষকৰ আহ্বান মন্ত্ৰী অতুল বৰাই দৃষ্টি দিয়ক কাৰ্য্যালয়টোত ।Body:Byte 1,2: অভিযোগকাৰী
Byte 3 : কৃষি বিষয়াConclusion:গোলাঘাট পৰা চামিম আলি ই টি ভি।ভাৰত অসম

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.