ETV Bharat / state

গোলাঘাটৰ 172নং ভোট কেন্দ্ৰত উত্তপ্ত পৰিস্থিতি - 172 nomber Voting Center

কংগ্ৰেছ কৰ্মীয়ে অন্য ভোটাৰৰ নামত ভোটদান কৰিবলৈ অহাক লৈ উত্তপ্ত হৈ পৰে পৰিস্থিতি । ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে তিনিজন কংগ্ৰেছ কৰ্মীক আটক কৰে ।

গোলাঘাটৰ 172নং ভোট কেন্দ্ৰত উত্তপ্ত পৰিস্থিতি
author img

By

Published : Apr 11, 2019, 5:14 PM IST

গোলাঘাট, ১১ এপ্ৰিলঃ গোলাঘাট বিধান সভা সমষ্টিৰ ৰতনপুৰ গাঁও পঞ্চায়তৰ ১৭২ নং ভোট কেন্দ্ৰত উত্তপ্ত পৰিস্থিতি । আৰক্ষীয়ে উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি ।

গোলাঘাটৰ 172নং ভোট কেন্দ্ৰত উত্তপ্ত পৰিস্থিতি

উল্লেখ্য যে, এজন কংগ্ৰেছ কৰ্মীয়ে অন্য ভোটাৰৰ নামত ভোট দান কৰিবলৈ অহাক লৈ উত্তপ্ত হৈ পৰে পৰিস্থিতি । ভোট কেন্দ্ৰত উপস্থিত থকা অগপ কৰ্মীয়ে ভোটদানত বাধা দিয়াত কংগ্ৰেছ কৰ্মীয়ে ভাঙি লণ্ডভণ্ড কৰে অগপৰ কাৰ্যালয় । ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে তিনিজন কংগ্ৰেছ কৰ্মীক আটক কৰে । আটকাধীন লোক কেইজনৰ নাম নোমল দাস, অতুল দাস আৰু বিজিত দাস বুলি জানিব পৰা গৈছে ।

Intro: কলিয়াবৰ লোকসভা সমষ্টিৰ অন্তৰ্গত গোলাঘাট বিধান সভা সমষ্টিৰ জামুগুৰি ৰ শামুক জানৰ ৰতন পূৰ গাঁও পঞ্চায়ত ৰ ১৭২ নং ভোটিং কেন্দ্ৰত উত্তপ্ত পৰিস্থিতি ।এজন কংগ্ৰেছ কৰ্মীয়ে বেলেগৰ নামত ভোট দান কৰিবলৈ অহাক লৈ উত্তপ্ত হৈ পৰে পৰিস্থিতি। ভোট কেন্দ্ৰৰ বাহিৰত হতাহতি দূই দলৰ কৰ্মীৰ । ভোট কেন্দ্ৰত উপস্থিত থকা অগপ কৰ্মী সকলে ভোট দান ত বাধা দিয়াত কংগ্ৰেছ কৰ্মী য়ে ভাঙি লণ্ডভণ্ড কৰে অগপৰ কাৰ্য্যালয় । ঘটনাস্থলীত আৰক্ষী ৰ লোক উপস্থিত হৈ তিনিজন কংগ্ৰেছ কৰ্মীক আটক কৰে আৰক্ষী য়ে । আটকাধিন লোক কেইজনৰ নাম নুমোল দাস, অতুল দাস আৰু বিজিত দাস ইফালে অগপ কৰ্মী কৃষ্ণ দাসে আৰক্ষী খবৰ পাই পলায়ন কৰে ঘটনাস্হলী পৰা ।Body:BYTE 1: আটকাধীন লোক
BYTE 2 :: আটকাধীন লোকConclusion:গোলাঘাট সমষ্টিৰ পৰা চামিম আলি ,ETV BHARAT ,অসম
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.