গোলাঘাট,23 মাৰ্চ :গোলাঘাট জিলাৰ খুমটাই বিধান সভা সমষ্টি এসময়ত পৰিচিত আছিল অগপৰ দূৰ্গ ৰূপে । ১৯ টা বছৰ প্ৰবীণ গগৈয়ে অগপৰ হৈ বিধায়ক পদত অধিষ্ঠিত আছিল খুমটাই বিধান সভা সমষ্টিত । বৰ্তমান নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাক লৈ ফাঁট মেলিছে খুমটাই অগপৰ তৃণমূল পৰ্যায়ত । অগপ দল তৃণমূল পৰ্যায়ত বিভক্ত হৈছে দুটা ফৈদত। এটা অগপ দলৰ ফৈদে কলিয়াবৰৰপ্ৰাৰ্থী মণিমাধৱ মহন্তক সমৰ্থন কৰে আৰুআন এটা ফৈদে কিন্তু অগপ দলৰ হৈও অগপৰ মণিমাধৱ মহন্তক সমৰ্থন নকৰে ।
খুমটাই সমষ্টিৰ অগপ তৃণমূল কৰ্মীৰ প্ৰতিক্ৰিয়া - গোলাঘাট জিলাৰ খুমটাই সমষ্টিৰ শেনছোৱা গাঁও
গোলাঘাট জিলাৰ ২নং শেনছোৱা গাঁৱৰ একাংশ ৰাইজে অগপ বিজেপিৰ মাজত পুনৰ মিত্ৰতাক লৈ অনুভৱ কৰিছে লজ্জা । ইয়াকে লৈ অগপৰ একাংশ প্ৰকৃত ভোটাৰৰ মাজত এইবাৰ ভোটদান কৰাক লৈ চলিছে ব্যাপক চৰ্চা ৷
AGP REACTION
গোলাঘাট,23 মাৰ্চ :গোলাঘাট জিলাৰ খুমটাই বিধান সভা সমষ্টি এসময়ত পৰিচিত আছিল অগপৰ দূৰ্গ ৰূপে । ১৯ টা বছৰ প্ৰবীণ গগৈয়ে অগপৰ হৈ বিধায়ক পদত অধিষ্ঠিত আছিল খুমটাই বিধান সভা সমষ্টিত । বৰ্তমান নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাক লৈ ফাঁট মেলিছে খুমটাই অগপৰ তৃণমূল পৰ্যায়ত । অগপ দল তৃণমূল পৰ্যায়ত বিভক্ত হৈছে দুটা ফৈদত। এটা অগপ দলৰ ফৈদে কলিয়াবৰৰপ্ৰাৰ্থী মণিমাধৱ মহন্তক সমৰ্থন কৰে আৰুআন এটা ফৈদে কিন্তু অগপ দলৰ হৈও অগপৰ মণিমাধৱ মহন্তক সমৰ্থন নকৰে ।
Intro:গোলাঘাট জিলাৰ খুমটাই বিধান সভা সমষ্টি এসময়ত পৰিচিত আছিল অগপৰ দূৰ্গ ৰূপে। ১৯ টা বছৰ প্ৰবীণ গগৈয়ে অগপৰ হৈ বিধায়ক পদত অধিষ্ঠিত আছিল খুমটাই বিধান সভা সমষ্টিত। বৰ্তমান নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাক লৈ ফাঁট মেলিছে খুমটাই অগপৰ তৃণমূল পৰ্যায়ত। অগপ দল তৃণমূল পৰ্যায়ত বিভক্ত হৈছে দুটা ফৈদত। এটা অগপ দলৰ ফৈদে কলিয়াবৰৰ অগপৰ সাংসদ প্ৰাৰ্থী মণিমাধৱ মহন্তক সমৰ্থন কৰে আন এটা ফৈদে কিন্তু অগপ দলৰ হৈও অগপৰ মণিমাধৱ মহন্তক সমৰ্থন নকৰে। উল্লেখ যে ২নং শেনছোৱা গাঁৱৰ একাংশ ৰাইজে অগপ বিজেপিৰ মাজত এবাৰ মিত্ৰতা পুনৰ মিত্ৰতা ভংগ তাৰ পিছত পুনৰ মিত্ৰতা ইয়াকে লৈ লাজ অনুভৱ কৰিছে। ইয়াকে লৈ অগপৰ একাংশ প্ৰকৃত ভোটাৰৰ মাজত এইবাৰ ভোট কাক দিব বুলি অন্য এক প্ৰচাৰ চলিছে।
Body:Deferred Live. Diganta Sahu
Conclusion:
Body:Deferred Live. Diganta Sahu
Conclusion:
TAGGED:
AGP VOTERS REACTION