ETV Bharat / state

বোকাখাতৰ ডিফলু নদীত কিশোৰীৰ আত্মহত্যা - GIRL SUICIDE

সোমবাৰে ডিফলু নদীত এগৰাকী সপ্তম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰীয়ে আত্মহত্যা কৰে ৷ স্থানীয় লোক আৰু এছ ডি আৰ এফ বাহিনীৰ অভিযানতো সোমবাৰে উদ্ধাৰ কৰিবলৈ সক্ষম নহয় ছাত্ৰীগৰাকী ৷

বোকাখাতৰ ডিফলু নদীত কিশোৰীৰ আত্মহত্যা
author img

By

Published : May 6, 2019, 7:10 PM IST

বোকাখাত,6 মে’ : বোকাখাত কলাখোৱা মধ্য ইংৰাজী বিদ্যালয়ৰ সপ্তম শ্ৰেণীৰ এগৰাকী ছাত্ৰীয়ে সোমবাৰে দিনৰ প্ৰায় 9-30 মান বজাত ডিফলু নদীত জাপ দিয়ে । স্থানীয় লোকৰ সহায়ত আৰক্ষীয়ে মৃতদেহ উদ্ধাৰৰ চেষ্টা কৰিও বিফল হয় । পিছত এছডিআৰএফ উপস্থিত হৈ চেষ্টা চলাই যদিও পানীৰ সোঁত বেছি হোৱাৰ বাবে ব্যৰ্থ হয় । উল্লেখ্য যে, ছাত্ৰীগৰাকী লতাবাৰী বাগিচাৰ নতুন লাইনৰ বুলি জানিব পৰা গৈছে ।

Intro:বোকাখাতত নৈত জাপ দি কিশোৰীৰ আত্মহনন, মৃতদেহ উদ্ধাৰৰ ব্যৰ্থ প্ৰচেষ্টাBody:বোকাখাত, 06-05-2019
বোকাখাত কলাখোৱা মধ্য ইংৰাজী বিদ্যালয়ৰ সপ্তম শ্ৰেণীৰ শ্ৰীমতী প্ৰতীমা বাইগা নামৰ এগৰাকী ছাত্ৰীয়ে আজি দিনৰ প্ৰায় 9-30 মান বজাত ডিফলু নদীত জাপ দিয়ে । স্থানীয় লোকৰ সহায়ত আৰক্ষীয়ে মৃতদেহ উদ্ধাৰৰ চেষ্টা কৰি বিফল হয় ।পিছত এছডিআৰএফ উপস্থিত হৈ চেষ্টা চলাই যদিও পানীৰ সোঁত বেছি হোৱাৰ বাবে ব্যৰ্থ হয়। ছোৱালীজনী লতাবাৰী বাগিচাৰ নতুন লাইনৰ বুলি জানিব পৰা গৈছে।Conclusion:শ্ৰীমন্ত বৰাৰ ৰিপৰ্ট
ETV BHARAT, BOKAKHAT
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.