খুমটাই, 9 ছেপ্তেম্বৰ : কঠালগুৰি মহিলা ব্লক কংগ্ৰেছ আৰু খুমটাই গ্ৰামীণ উন্নয়ন মঞ্চৰ যৌথ উদ্যোগত অনুষ্ঠিত হয় এক ৰক্তদান কাৰ্যসূচী । খুমটাইৰ প্ৰাক্তন বিধায়িকা তথা মন্ত্ৰী বিস্মিতা গগৈৰ খুমটাইস্থিত বাসগৃহত আয়োজন কৰা হয় ৰক্তদান কাৰ্যসূচী । এই ৰক্তদান শিৱিৰত ৰক্তদান কৰে কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈ আৰু প্ৰাক্তন বিধায়িকা মন্ত্ৰী বিস্মিতা গগৈয়ে । ৰক্তদান শিৱিৰত ১০ গৰাকী মহিলা আৰু ৩০ জন পুৰুষে ৰক্তদান কৰে । এই অনুষ্ঠানৰ প্ৰতি সাংসদ গৌৰৱ গগৈয়ে অনুপ্ৰাণিত হৈ উদ্যোক্তা সকলৰ লগতে উপস্থিত সকলোকে ধন্যবাদ জনাই ৷ লগতে অহা ২ অক্টোবৰ ১৫০ বছৰীয়া গান্ধীজীৰ জন্মজয়ন্তীৰ উপলক্ষে গাঁৱে গাঁৱে ৰক্তদান শিৱিৰ অনুষ্ঠিত কৰিবলৈ সকলোকে আহ্বান জনায় । এই ৰক্তদান অনুষ্ঠানত উপস্থিত থকে প্ৰাক্তন গোলাঘাট জিলাৰ জিলা পৰিষদ সদস্যা হিৰণ্যময়ী বৰা,খুমটাইৰ মণ্ডল কংগ্ৰেছৰ সভাপতিৰ লগতে যুৱ কংগ্ৰেছ, মহিলা কংগ্ৰেছৰ বিষয়ববীয়া সকল ৷
খুমটাইত ৰক্ত দান কৰিলে সাংসদ গৌৰৱ গগৈ আৰু প্ৰাক্তন মন্ত্ৰী বিস্মিতা গগৈয়ে - ৰক্তদান কাৰ্যসূচী
কঠালগুৰি মহিলা ব্লক কংগ্ৰেছ আৰু খুমটাই গ্ৰামীণ উন্নয়ন মঞ্চৰ যৌথ উদ্যোগত অনুষ্ঠিত হোৱা ৰক্তদান শিবিৰত ৰক্তদান কৰে কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈ আৰু প্ৰাক্তন বিধায়িকা মন্ত্ৰী বিস্মিতা গগৈয়ে
খুমটাই, 9 ছেপ্তেম্বৰ : কঠালগুৰি মহিলা ব্লক কংগ্ৰেছ আৰু খুমটাই গ্ৰামীণ উন্নয়ন মঞ্চৰ যৌথ উদ্যোগত অনুষ্ঠিত হয় এক ৰক্তদান কাৰ্যসূচী । খুমটাইৰ প্ৰাক্তন বিধায়িকা তথা মন্ত্ৰী বিস্মিতা গগৈৰ খুমটাইস্থিত বাসগৃহত আয়োজন কৰা হয় ৰক্তদান কাৰ্যসূচী । এই ৰক্তদান শিৱিৰত ৰক্তদান কৰে কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈ আৰু প্ৰাক্তন বিধায়িকা মন্ত্ৰী বিস্মিতা গগৈয়ে । ৰক্তদান শিৱিৰত ১০ গৰাকী মহিলা আৰু ৩০ জন পুৰুষে ৰক্তদান কৰে । এই অনুষ্ঠানৰ প্ৰতি সাংসদ গৌৰৱ গগৈয়ে অনুপ্ৰাণিত হৈ উদ্যোক্তা সকলৰ লগতে উপস্থিত সকলোকে ধন্যবাদ জনাই ৷ লগতে অহা ২ অক্টোবৰ ১৫০ বছৰীয়া গান্ধীজীৰ জন্মজয়ন্তীৰ উপলক্ষে গাঁৱে গাঁৱে ৰক্তদান শিৱিৰ অনুষ্ঠিত কৰিবলৈ সকলোকে আহ্বান জনায় । এই ৰক্তদান অনুষ্ঠানত উপস্থিত থকে প্ৰাক্তন গোলাঘাট জিলাৰ জিলা পৰিষদ সদস্যা হিৰণ্যময়ী বৰা,খুমটাইৰ মণ্ডল কংগ্ৰেছৰ সভাপতিৰ লগতে যুৱ কংগ্ৰেছ, মহিলা কংগ্ৰেছৰ বিষয়ববীয়া সকল ৷
খুমটাইত ৰক্ত দান কৰিলে সাংসদ গৌৰৱ গগৈ আৰু প্ৰাক্তন মন্ত্ৰী বিস্মীতা গগৈয়ে।
কঠালগুৰি মহিলা ব্লক কংগ্ৰেছ আৰু খুমটাই গ্ৰামীণ উন্নয়ন মঞ্চৰ যৌথ উদ্যোগত এক ৰক্তদান কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। খুমটাইৰ প্ৰাক্তন বিধায়িকা তথা মন্ত্ৰী বিস্মীতা গগৈৰ খুমটাই স্থিত বাসগৃহত আয়োজন কৰা হয় ৰক্তদান কাৰ্যসূচী। এই ৰক্তদান শিৱিৰত ৰক্ত দান কৰে কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈ আৰু প্ৰাক্তন বিধায়িকা মন্ত্ৰী বিস্মীতা গগৈয়ে। ৰক্তদান শিৱিৰত প্ৰাথম বাৰৰ বাবে ১০গৰাকী মহিলা আৰু ৩০ জন পুৰুষে ৰক্তদান কৰে। এই অনুষ্ঠানৰ প্ৰতি সাংসদ গৌৰৱ গগৈয়ে অনুপ্ৰাণিত হৈ উদ্যোক্ত সকলৰ লগতে উপষ্ঠিত সকলোকে ধন্যবাদ জনাই।অহা ২ অক্টোবৰ ১৫০ বছৰীয়া গান্ধী জিৰ জন্মজয়ন্তীৰ উপলক্ষে গাঁৱে গাঁৱে ৰক্তদান শিৱিৰ অনুষ্ঠিত কৰিবলৈ সকলোকে আহ্বান জনায়। দেশত বিৰুদ্ধী হিচাপে চৰকাৰৰ নীতিক সমালোচনা কৰি মাত মাতিব পাৰো বুলি কয় সাংসদ গৌৰৱ গগৈয়ে কিন্তু পাকিস্তান, চীন নতুবা আন দেশে সমূহে ভাৰত বিৰোধী হিচাপে মাত মতিলে সহ্য নকৰোঁ বুলি কয় সাংসদ গৌৰৱ গগৈয়ে।এই ৰক্তদান অনুষ্ঠানত উপষ্ঠিত থকে প্ৰাক্তন গোলাঘাট জিলাৰ জিলা পৰিষদ সদস্যা হিৰণ্য ময়ী বৰা,খুমটাইৰ মণ্ডল কংগ্ৰেছৰ সভাপতিৰ লগতে যুৱ কংগ্ৰেছ, মহিলা কংগ্ৰেছৰ বিষয়ববীয়া সকল।Conclusion:Byte 1/সাংসদ গৌৰৱ গগৈ।
2/ প্ৰাক্তন মন্ত্ৰী বিস্মিতা গগৈ।
খুমটাইৰ পৰা দিপক হাজৰিকা।