ETV Bharat / state

গোলাঘাট নগৰত মদ, জুৱা আৰু ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

জুৱাস্থলীৰ পৰা আৰক্ষীয়ে 20900 টকাৰ লগতে অন্যান্য সামগ্ৰীও জব্দ কৰিবলৈ সক্ষম হয় ৷

author img

By

Published : Mar 22, 2019, 4:15 PM IST

গাঞ্জা জব্দ

গোলাঘাট, 22 মাৰ্চ : গোলাঘাটত মদ, ভাং, জুৱা আৰু ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান ৷ গোলাঘাট নগৰৰ বেঙেনাখোৱাৰ যোগেশ্বৰ নগৰৰ আচিফ হুচেইনৰ ঘৰত নিশা অভিযান চলায় উৎখাত কৰে এটা জুৱাৰ আড্ডা৷ জুৱাৰ ঘাটিৰ পৰা আৰক্ষীয়ে তিনিজন যুৱকক গ্ৰেপ্তাৰ কৰে যদিও জুৱাৰ স্থলীৰ পৰা পলাই যাবলৈ সক্ষম হয় ২০ জনকৈ লোক ৷

গাঞ্জা জব্দ

গ্ৰেপ্তাৰ কৰা লোক তিনিজন ক্ৰমে দ্বিপজ্যোতি শইকীয়া, লিপিবত নাথ আৰু ঘৰৰ গৰাকী আচিক হুছেইন বুলি জানিব পৰা গৈছে৷ জুৱাস্থলীৰ পৰা আৰক্ষীয়ে 20 হাজাৰ 900 টকাৰ লগতে অন্যান্য সামগ্ৰীও জব্দ কৰিবলৈ সক্ষম হয় ৷ ইয়াৰ সমান্তৰালকৈ আজি আৰক্ষীয়ে গোলাঘাটৰ হিন্দী বিদ্যালয়ৰ সমীপৰ বাবুজানৰ ঘৰত অভিযান চলাই গাঞ্জা আৰু নগদ প্ৰায় এহাজাৰ টকা জব্দ কৰাৰ লগতে বাবুজানৰ পত্নী এলিজা বেগমক গ্ৰেপ্তাৰ কৰে ৷

Intro:গোলাঘাটত মদ, ভাং, জুৱা আৰু ড্ৰাগছৰ বিৰুদ্ধে গোলাঘাট আৰক্ষীৰ ধাৰাবাহিক বৃহৎ অভিযান। গোলাঘাট নগৰৰ বেঙেনাখোৱাৰ যোগেশ্বৰ নগৰৰ আচিফ হুছেইনৰ ঘৰত নিশা অভিযান চলাই আৰক্ষীয়ে এটা বৃহৎ জুৱাৰ আড্ডা উৎখাত কৰাৰ লগতে জুৱাৰ ঘাটিৰ পৰা তিনিজন জুৱাৰীক গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ কৰা তিনিজন হৈছে দ্বীপজ্যোতি শইকীয়া, লিপিবত নাথ আৰু ঘৰৰ গৰাকী আচিক হুছেইন। ইয়াৰ উপৰিও জুৱাৰ স্থলীৰ পৰা পলাই যাবলৈ সক্ষম হয়২০ জনৰো অধিক জুৱাৰী। আৰক্ষীয়ে ৩ জুৱাৰী লগতে ২০ হাজাৰ ৯০০ টকা আৰু অন্যান্য সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হয়। সমান্তৰাল কৈ আজি আৰক্ষীয়ে নগৰৰ হিন্দী স্কুল ৰডৰ বাবুজানৰ ঘৰত অভিযান চলাই গাঞ্জা আৰু নগদ প্ৰায় এহাজাৰ টকা জব্দ কৰে। অভিযান কালত বাবুজানৰ পত্নী এলিজা বেগমক গ্ৰেপ্তাৰ কৰছ আৰক্ষীয়ে।

Body:Byte 1: ভাং ক্ৰয় কৰিব অহা ব্যক্তি।
Byte 2: আৰক্ষী বিষয়া।
Byte 3: ভাং বিক্ৰতা, এলিজা বেগম।

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.