ETV Bharat / state

উদীয়মান ক্ৰিকেটাৰ বিভাকৰ নাগলৈ সতীৰ্থ খেলুৱৈ আৰু অনুৰাগীৰ শ্ৰদ্ধাঞ্জলি - অসমৰ ক্ৰীড়া জগত

কাৰ্বি আংলঙৰ কাকচাং কাইফলাংচু জলপ্ৰপাতত সলিল সমাধি ঘটা উদীয়মান ক্ৰিকেটাৰ বিভাকৰ নাগক সতীৰ্থ খেলুৱৈ আৰু অনুৰাগীৰ শ্ৰদ্ধাঞ্জলি ।

Bibhakar Nag
Bibhakar Nag
author img

By

Published : Sep 10, 2020, 8:38 AM IST

গোলাঘাট, 10 ছেপ্টেম্বৰ : কাৰ্বি আংলঙৰ কাকচাং কাইফলাংচু জলপ্ৰপাতত সলিল সমাধি ঘটা উদীয়মান ক্ৰিকেটাৰ বিভাকৰ নাগলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন সতীৰ্থ খেলুৱৈ আৰু অনুৰাগীৰ । গোলাঘাট ক্ৰীড়া সন্থাৰ খেলপথাৰত বন্তি আৰু মম জ্বলাই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ক্ৰীড়া সন্থাৰ বিষয় ববীয়া আৰু সতীৰ্থই ।

বিভাকৰ নাগক লৈ বহু সপোন দেখিছিল গোলাঘাট ক্ৰীড়া সন্থাই । ১৭ বছৰ আৰু ১৯ বছৰ অনুৰ্ধ্বত অসমৰ হৈ প্ৰতিনিধিত্ব কৰিছিল যুৱ খেলুৱৈ গৰাকীয়ে । BCCI ৰ কেইবাটাও ৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰিকেট প্ৰশিক্ষণ শিবিৰত অংশগ্ৰহণ কৰাৰো সুযোগ পাইছিল নাগে । গোলাঘাট ক্ৰীড়া সন্থাৰ সপোন আছিল ভৱিষ্যতে ৰঞ্জী ট্ৰফী খেলাৰ সুযোগ পাব বিভাকৰ নাগে । কিন্তু নিয়তিয়ে সকলোকে নিৰাশ কৰি কাঢ়ি নিলে উদীয়মান ক্ৰিকেট খেলুৱৈ গৰাকীক ।

বিভাকৰ নাগলৈ সতীৰ্থ খেলুৱৈ আৰু অনুৰাগীৰ শ্ৰদ্ধাঞ্জলি

নাগৰ মৃত্যু গোলাঘাট তথা অসমৰ ক্ৰীড়া জগতৰ বাবে এক অপূৰণীয় ক্ষতি । সকলোৱে ভগৱন্তৰ ওচৰত বিভাকৰ নাগৰ আত্মাৰ চিৰশান্তিৰ বাবে প্ৰাৰ্থনা জনাইছে ।

লগতে পঢ়ক : ৰাজ্যৰ প্ৰতিবন্ধী সকলক চৰকাৰে প্ৰতাৰণা কৰি অভিলেখ গঢ়িছে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.