ETV Bharat / state

ফ’ৰলেনযুক্ত হ’ব দেৰগাঁৱৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ - ফ'ৰলেন পথ

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়। ফ’ৰলেনযুক্ত হ’ব দেৰগাঁৱৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ। তদুপৰি দেৰগাঁৱত নিৰ্মাণ নহয় বাইপাছ।

ফ'ৰলেন পথলৈ উন্নীত দেৰগাঁও
author img

By

Published : Aug 29, 2019, 6:28 PM IST

গোলাঘাট, 29 আগষ্টঃ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়। ফ’ৰলেনযুক্ত হ’ব দেৰগাঁৱৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ। তদুপৰি দেৰগাঁৱত নিৰ্মাণ নহয় বাইপাছ। বাইপাছ নিৰ্মাণৰ বিৰুদ্ধে বাইপাছ বিৰোধী সংগ্ৰাম সমিতি গঠন কৰি দেৰগাঁৱৰ কৃষক গোপাল কৃষ্ণ খাউণ্ডে চলাইছিল কেইবা বছৰ ধৰি সংগ্ৰাম ৷ বাইপাছ নিৰ্মাণ হোৱা হ'লে অধিগ্ৰহণ হ'লহেতেন দেৰগাঁৱৰ কৃষকৰ ৬০০ বিঘা কৃষি ভূমি ৷ উচ্চ ন্যায়ালয়ৰ এই ৰায়ৰ পাচত উৎফুল্লিত দেৰগাওঁবাসী ৷ তাৰোপৰি পথৰ কাম অতি শীঘ্ৰে আৰম্ভ কৰাৰ বাবে আহ্বান জনাই স্থানীয়ই ৷

Intro:বহু জল্পনা কল্পনাৰ অন্তত দেৰগাঁও নগৰৰ মাজমজিয়াদিয়েই হব চাৰিলেন যুক্ত পথ ।যাক লৈ উৎফুল্লিত দেৰগাঁওবাসী Body:দেৰগাঁও ২৯ আগষ্ট ------

* গুৱাহাটী উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়দান 

* ফৰলেন পথলৈ উন্নীত হ'ব দেৰগাওঁ চহৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ

* হাইক'টে খাৰিজ কৰিলে বাইপাছৰ বাবে দিয়া আৰ্জি

* বাইপাছ নিৰ্মানৰ বিৰুদ্ধে বাইপাছ বিৰোধী সংগ্ৰাম সমিতি গঠন কৰি দেৰগাৱঁৰ কৃষক গোপাল কৃষ্ণ খাউণ্ডে চলাইছিল কেইবা বছৰ জোৰা সংগ্ৰাম  
* বাইপাছ নিৰ্মান হোৱা হ'লে অধিগ্ৰহণ হ'লহেতেন দেৰগাৱঁৰ কৃষকৰ ৬০০ বিঘা কৃষি ভূমি  

* উচ্চ ন্যায়ালয়ৰ এই ৰায়ৰ পিছত উৎফুল্লিৎ দেৰগাওঁবাসীConclusion:পথৰ কাম অতি শীঘ্ৰে আৰম্ভ কৰাৰ বাবে সকলোৰে আহ্বান
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.