ETV Bharat / state

খুমটাইত বিতৰণ অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী

author img

By

Published : May 5, 2020, 11:25 AM IST

খুমটাইৰ বন বাগিচা বজাৰ পৰিচালনা সমিতিয়ে বাগিচাৰ অন্তৰ্গত দৰিদ্ৰ পৰিয়ালসমূহৰ মাজত বিতৰণ কৰে খাদ্য সামগ্ৰী ৷ লগতে জৰুৰীকালীন সেৱাত জড়িত চিকিৎসক, আৰক্ষী আৰু সংবাদকৰ্মীক সম্বৰ্ধনা জ্ঞাপন কৰে ৷

Food distribution khumtai golaghat Etv bharat news
আৰক্ষীক সম্বৰ্ধনা

খুমটাই,5 মে’ঃ গোলাঘাটৰ খুমটাইৰ আৰ্তজনৰ ওচৰত মঙলবাৰে থিয় দিয়ে বন চাহ বাগিচাৰ বজাৰ পৰিচালনা সমিতি ৷ বজাৰ পৰিচালনা সমিতিৰ এটা দলে প্ৰায় ২৫০ টা পৰিয়ালৰ মাজত বিতৰণ কৰে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী । লোকসকলে সামাজিক দুৰত্ব বৰ্তাই ৰাখি সামগ্ৰীসমূহ বিতৰণ কৰে ৷

বিতৰণ অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী

ইয়াৰ লগতে জৰুৰীকালীন সেৱাৰ লগত জড়িত লোকসকলক গামোচাৰে সম্বৰ্ধনা জনাই উৎসাহ প্ৰদান কৰে বজাৰ পৰিচালনা সমিতিৰ দলটোৱে ৷ বিশ্বৰ দুৰ্যোগৰ সময়ত হাতে হাত ধৰি যুঁজাৰ নিদৰ্শন দাঙি ধৰিছে অসমীয়াই । এই প্ৰয়াসে বহু পৰিয়ালৰ মুখত হাঁ‌হি বিৰিঙাইছে বুলি পৰিচালনা সমিতিৰ সম্পাদক গৰাকীয়ে প্ৰকাশ কৰে ৷

লগতে চাওকঃ বিপিএফ দলক তুলাধূনা সাংসদ নৱ শৰণীয়াৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.