ETV Bharat / state

গোলাঘাটৰ খুমটাইত পিষ্টলসহ পাঁচজনক আটক - Youth arrested with pistol

গোলাঘাটৰ খুমটাইত নিশা আৰক্ষীৰ অভিযান ৷ পিষ্টলসহ পাঁচজন যুৱকক আটক কৰে আৰক্ষীয়ে (five people arrested with pistol in golaghat) ।

five people arrested with gun in golaghat
গোলাঘাটৰ খুমটাইত পিষ্টলসহ পাঁচজনক আটক
author img

By

Published : Dec 31, 2021, 10:19 AM IST

গোলাঘাট, 30 ডিচেম্বৰ: গোলাঘাটৰ খুমটাইত নিশা অভিযান চলাই পিষ্টলসহ পাঁচজন যুৱকক আটক কৰে আৰক্ষীয়ে(five people arrested with pistol in golaghat) ৷ আটকাধীন যুৱককেইজন ক্ৰমে পিয়ুষ দে, বলৰাম মুৰাৰী, কুক্ষেশ্বৰ মানকী, ফিৰোন নাগ আৰু গজেন্দ্ৰ সাহা ৷

আটকাধীন আটাইকেইজন আলনাৰ প্ৰাক্তন সদস্য বুলি সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে ৷ অধিক তথ্যৰ বাবে আৰক্ষীয়ে আটকাধীন যুৱককেইজনক জেৰা অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক: Encounter in Jorhat : আৰক্ষীৰ গুলিত গুলীবিদ্ধ পচা ওৰফে ৰমেশ বাছফৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.