ETV Bharat / state

গোলাঘাটত বন্যহস্তীৰ সন্ত্ৰাস : তহিলং কৰিলে শস্য

author img

By

Published : Oct 15, 2019, 7:43 PM IST

Updated : Oct 16, 2019, 1:09 PM IST

বন্যপ্ৰাণীৰ আবাসস্থল কাটি ধ্বংস কৰাৰ ফলতে বন্যহস্তীয়ে জনবসতি অঞ্চলত উপদ্ৰৱ কৰি আহিছে ৷ গোলাঘাটৰ মৰঙী মৌজাৰ বহু অঞ্চলতো বনৰীয়া হাতীয়ে উপদ্ৰৱ চলাই আহিছে ৷ পথাৰৰ ধান খাই তহলিং কৰাৰ লগতে মানুহৰ ভঁৰাল ভাঙি ভক্ষণ কৰিছে ধান ৷

গোলাঘাটত বন্যহস্তীৰ সন্ত্ৰাস

গোলাঘাট,15 অক্টোবৰ : বন্যপ্ৰাণীৰ আবাসস্থল কাটি ধ্বংস কৰাৰ ফলতে বন্যহস্তীয়ে জনবসতি অঞ্চলত উপদ্ৰৱ কৰি আহিছে ৷ গোলাঘাটৰ মৰঙী মৌজাৰ বহু অঞ্চলতো বনৰীয়া হাতীয়ে উপদ্ৰৱ চলাই আহিছে ৷ পথাৰৰ ধান খাই তহলিং কৰাৰ লগতে মানুহৰ ভঁৰাল ভাঙি ভক্ষণ কৰিছে ধান ৷

গোলাঘাটত বন্যহস্তীৰ সন্ত্ৰাস

ইয়াৰোপৰি পুৰণিমাটি গাঁৱৰ নিবাসী লাৱণ্য দত্ত নামৰ লোকজনৰ বাসগৃহ ভাঙি পেলোৱাৰ লগতে ধান খাই অনিষ্ট সাধন কৰে বন্যহস্তীয়ে ৷ বন্যহস্তীয়ে সঘনাই মৰঙী মৌজাৰ পুৰণিমাটি,মাজগাঁও,ৰাগদীয়া,লেটেকুবস্তি,কৌৱানিপথাৰ,অভয়জান,জুলীয়া দলং আদি অঞ্চলত সন্ত্ৰাস চলাই আহিছে । এই ক্ষেত্ৰত বন বিভাগে কোনোধৰণৰ ব্যৱস্থা হাতত নোলোৱাৰো অভিযোগ উত্থাপন কৰিছে ৰাইজে ৷

Intro:গোলাঘাটত বন্য হস্তীৰ সন্ত্ৰাস। মৰঙী মৌজাৰ প্ৰায় অঞ্চলত বনৰীয়া হাতীয়ে চলাইছে উপদ্ৰৱ। পথাৰৰ সজাল ধৰা ধান খাই তহলিং দিছে বন্য হস্তীয়ে। মানুহৰ ঘৰৰ বেৰ ভাঙি ভক্ষণ কৰিলে ধান।Body:হাতী মানুহৰ সংঘাত কোনো নতুন বিষয় নহয়। বন্য হস্তীৰ আবাস স্থল কাটি ধ্বংস কৰি পেলোৱাৰ ফলত বন্য হস্তীয়ে উপদ্ৰৱ কৰি আহিছে জনবসতি অঞ্চলত। তেনে অনুৰূপ ঘটনা সংঘটিত হৈ থাকে গোলাঘাট জিলাৰ মৰঙী মৌজাত। পুনৰ বন্যহস্তীয়ে তহলিং কৰিলে সজাল ধৰা ধাননি পথাৰ। ইয়াৰ উপৰিও পুৰণিমাটি গাঁৱৰ নিবাসী লাৱণ্যৰ দত্তৰ বাসগৃহ ভাঙি ধান খাই অনিষ্ট সাধন কৰে। বন্যহস্তীয়ে সঘনাই মৰঙী মৌজাৰ পুৰণিমাটি, মাজগাওঁ, ৰাগদীয়া, লেটেকুবস্তি, কৌৱানিপথাৰ, অভয়জান, জুলীয়া দলং আদি অঞ্চলত সন্ত্ৰাস চলাই আহিছে। এই ক্ষেত্ৰত বন বিভাগে যিধৰণৰ ব্যৱস্থা আগবঢ়াব লাগিছিল তেনেধৰণৰ ব্যৱস্থা হাতত নোলোৱাৰ অভিযোগ উত্থাপিত হৈছে।Conclusion:Byte 1: স্থানীয় মহিলা।
Byte 2: স্থানীয় যুৱক।
গোলাঘাটৰ পৰা দিগন্ত চাহুৰ ৰিপ'ৰ্ট, Etv Bharat অসম।
Last Updated : Oct 16, 2019, 1:09 PM IST

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.