ETV Bharat / state

গোলাঘাট নুমলীগড়ত অব্যাহত বন্যহস্তীৰ আতংক

বন্যহস্তীৰ আতংকৰ বাবে বন্ধ হৈ পৰে ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথ ।

গোলাঘাট নুমলীগড়ত অব্যাহত বন্য হস্তীৰ আতংক
author img

By

Published : Apr 25, 2019, 5:09 PM IST

গোলাঘাট,২৫ এপ্ৰিলঃ গোলাঘাট নুমলীগড়ত অব্যাহত আছে বন্যহস্তীৰ আতংক । স্তব্ধ হৈ পৰে ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ যাতায়ত। দিন দুপৰতে এটা বন্যহস্তীৰ জাকে সন্ত্ৰাস চলাই গোলাঘাট নুমলীগড় চাহ বাগিচাত । ফলত আতংকিত হৈ পৰে চাহ বাগিচাত কাম কৰি থকা শ্ৰমিকসকল । ইফালে কাম এৰি পলায়ন কৰে বাগিছাৰ শ্ৰমিকে । ইয়াৰোপৰি হাতীৰ বৃহৎজাকে ঘাইপথ অতিক্ৰম কৰাৰ ফলত বহু সময়জুৰি বন্ধ হৈ পৰে ঘাইপথটো ।

গোলাঘাট নুমলীগড়ত অব্যাহত বন্য হস্তীৰ আতংক

অৱশেষত বন্যহস্তীৰ জাকটোৱে 39 নং ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰি দেওপাহৰ বনাঞ্চলত প্ৰৱেশ কৰাত স্বস্তিৰ নিশ্বাস পেলাই শ্ৰমিকসকলৰ লগতে পথচাৰী সকলে । উল্লেখ্য যে, এনেদৰে প্ৰায়েই বন্যহস্তীৰ জাকে উপদ্ৰৱ চলাই নুমলীগড় দেওপাহাৰৰ মাজৰ 39 নং ৰাষ্ট্ৰীয় ঘাইপথতটোত ।

Intro: গোলাঘাট নুমলীগড়ত অব্যাহত আছে বন্য হস্তীৰ আতংক । বহু সময় বন্ধ হৈ পৰিল 39 নং ৰাষ্ট্ৰীয় ঘাইপথ । গোলাঘাট নুমলীগড় চাহ বাগিচাত দিন দুপৰতে এটা বন্য হস্তীৰ জাকৰ ত্ৰাস। হঠাতে নুমলীগড় চাহ বাগিচাত ওলোৱা এটা বন্যহস্তী জাকে আতংকিত কৰি তুলে চাহ বাগিচাত কাম কৰি থকা শ্ৰমিক সকলক । কাম এৰি পলায়ন শ্রমিকে । ইফালে হাতীৰ বৃহৎ জাকে ঘাইপথ অতিক্ৰম কৰাৰ ফলত বহু সময় বন্ধ হৈ পৰে ঘাইপথ টো । অৱশেষত বন্য হস্তী জাক টোৱে 39 নং ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰি দেওপাহৰ বানাঞ্চল ত প্ৰৱেশ কৰাত হে স্বস্তিৰ নিশ্বাস পেলাই শ্ৰমিক সকলৰ লগতে পথচাৰী সকলে । এনেদৰে প্ৰায়েই বন্যহস্তী ৰ জাকে উপদ্ৰপ চলাই নুমলীগড় দেওপাহাৰৰ মাজৰ 39 নং ৰাষ্ট্ৰীয় ঘাইপথত ।Body:BYTE 1 : শ্ৰমিক Conclusion:গোলাঘাট সমষ্টিৰ পৰা চামিম আলি ,ETV BHARAT,অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.