ETV Bharat / state

নুমলীগড়ৰ বকিয়ালত বন্যহস্তীৰ তাণ্ডৱ

author img

By

Published : Apr 2, 2021, 9:24 PM IST

গোলাঘাট জিলাৰ নুমলীগড়ৰ বকিয়াল খণ্ড বন বিভাগৰ অধীনৰ ৫ নং ৰংবং গাঁৱত কালি ওৰে নিশা এটা বন্যহাতীয়ে উপদ্ৰৱ চলায় ৷ গাঁওখনৰ বহুকেইটা পৰিয়ালৰ বাৰীৰ কলগছ, নাৰিকল গছ, বাৰীৰ ফচল খাই তহিলং কৰে হাতীটোৱে ৷

গোলাঘাট জিলাৰ নমলীগড়ৰ বকিয়ালত বন্যহস্তী তাণ্ডৱ

গোলাঘাট, 2 এপ্ৰিল : গোলাঘাট জিলাৰ নুমলীগড়ৰ বকিয়াল খণ্ড বন বিভাগৰ অধীনৰ ৫ নং ৰংবং গাঁৱত কালি ওৰে নিশা এটা বন্যহাতীয়ে উপদ্ৰৱ চলায় ৷ গাঁওখনৰ বহুকেইটা পৰিয়ালৰ বাৰীৰ কলগছ, নাৰিকল গছ, বাৰীৰ ফচল খাই তহিলং কৰে হাতীটোৱে ৷

গাঁওখনৰ ৰাজ তাঁতী নামৰ লোকজনৰ ঘৰৰ ভিতৰত থকা খাদ্য সামগ্ৰী হাতীটোৱে খাই তহিলং কৰাৰ লগতে বাসগৃহটো সম্পূৰ্ণৰূপে ভাঙি পেলায় ৷ ৰাজ তাঁতীৰ পৰিয়ালটো কথমপিহে প্ৰাণ ৰক্ষা কৰি পলাই যাবলৈ সক্ষম হয় ৷ কিছুদিনৰ পৰা অঞ্চলটোত হাতীৰ উপদ্ৰৱ কমিছিল যদিও পুনৰ হাতীৰ উপদ্ৰৱত অঞ্চলটোৰ ৰাইজ আতংকিত হৈ পৰিছে ৷

লগতে পঢ়ক : ক’ভিড প্ৰট’কল মানি ৰঙিয়াত ভোট গ্ৰহণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.