ETV Bharat / state

গোলাঘাটত বন্যহস্তী পৰা পৰিত্ৰাণ পাবলৈ কি পদক্ষেপ ল'লে ৰাইজে!

author img

By

Published : Nov 25, 2019, 7:35 PM IST

গোলাঘাট কাৰ্বিআংলং সীমান্তত এতিয়া বন্য হস্তীৰ গতিপথ সলনি কৰিবৰ বাবে একাংশ হৃদয়হীন লোকে নিশা হ'লেই বিদ্যুৎ সংযোগ কৰি থয় এডাল তাঁৰত । বন্য হস্তী অহা যোৱা কৰা পথ আৰু নিজ বাসগৃহৰ চাৰিওফালে বন্যহস্তীৰ গতিপথ সলাবলৈ এডাল বিদ্যুতৰ তাঁৰ স্থাপন কৰে

গোলাঘাটত বন্যহস্তী পৰা পৰিত্ৰাণ পাবলৈ কি পদক্ষেপ ল'লে ৰাইজে!

গোলাঘাট, 25 নৱেম্বৰঃ গোলাঘাটত অব্যাহত আছে হাতী মানুহৰ সংঘাত ৷ বন্যহস্তীৰ পৰা পৰিত্ৰাণ পাবলৈ কৃষকৰ ভয়ংকৰ পদক্ষেপ ৷ তাঁৰত বিদ্যুৎ সংযোগ কৰি হাতীৰ গতিপথ সলনি কৰিবৰ বাবে একাংশ লোকে তৈয়াৰ কৰিছে বৈদ্যুতিক ফেন্সিং ৷

উল্লেখ্য যে,কেইমাহমান পূৰ্বে গোলাঘাটত এডাল বিদ্যুতৰ তাঁৰত লাগি মৃত্যু হৈছিল বনৰীয়া হাতীৰ। গোলাঘাট মুৰফুলনী খণ্ড বন কাৰ্যালয়ৰ অধীনস্থ গোলাঘাট কাৰ্বিআংলং সীমান্তত সেই একেই ভয়াৱহ ঘটনাৰ পুনৰাবৃত্তি হোৱাৰ আশংকা দেখা গৈছে । কাৰণ গোলাঘাট কাৰ্বিআংলং সীমান্তত এতিয়া বন্য হস্তীৰ গতিপথ সলনি কৰিবৰ বাবে একাংশ হৃদয়হীন লোকে ৰাতি হ'লেই বিদ্যুৎ সংযোগ কৰি থয় এডাল তাঁৰত। বন্যহস্তী অহা যোৱা কৰা পথ আৰু নিজ বাসগৃহৰ চাৰিওফালে বন্যহস্তীৰ গতিপথ সলাবলৈ এডাল বিদ্যুতৰ তাঁৰ স্থাপন কৰে ৷ নিশাৰ ভাগত প্ৰত্যেকটো পৰিয়ালৰ বাসগৃহ আৰু কৃষি ভূমিৰ চাৰিওফালে স্থাপন কৰি থোৱা এডাল তাঁৰত বিদ্যুৎ সংযোগ কৰি থয়। কিন্তু হাতী অহাযোৱা কৰা পথত এনেদৰে তাঁৰ স্থাপন কৰি বন্য হস্তীৰ বাবে বিপদ নমাই আনিব খোজা দেখিও বনবিভাগে কোনোধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাটো আশ্বৰ্যকৰ। যাৰ বাবে এতিয়া গোলাঘাটত পুনৰ বন্য হস্তীৰ মৃত্যুৰ আশংকা কৰিছে সচেতন নাগৰিকে।

আৰু পঢ়কঃ ৰাজ্যত পুনৰ হাতীৰ তাণ্ডৱ, প্ৰাণ গ'ল দুজনৰ

Intro:গোলাঘাটত এইবাৰ তাৰত বিদ্যুৎ সংযোগ কৰি হাতীৰ গতিপথ সলনি কৰিবৰ বাবে একাংশ লোকে স্থাপন কৰিছে এডাল তাৰেৰে বিদ্যুৎৰ বেৰা  । বন্য হস্থী ৰ পৰা পৰিত্ৰাণ পাবৰ বাবে এই ভয়ংকৰ কাম কৃষক ৰ।
কেইমাহ মান পূৰ্বে এডাল বিদ্যুৎৰ তাৰত লাগি মৃত্যু হৈছিল বনৰীয়া হাতী । আৰু গোলাঘাট মুৰফুলনী খণ্ড বন কাৰ্যালয়ৰ অধীনস্থ গোলাঘাট কাৰ্বিআংলং সীমান্তত সেই একেই ভয়াবহ ঘটনাৰ পুনৰাবৃত্তি হোৱাৰ আশংকা দেখা গৈছে ।কাৰণ গোলাঘাট কাৰ্বিআংলং সীমান্তত এতিয়া বন্য হস্তীৰ গতিপথ সলনি কৰিবৰ বাবে একাংশ পাষাণ হৃদয়ৰ লোকে ৰাতি হলেই এডাল তাৰত বিদ্যুৎ সংযোগ কৰি থয় ।হয় এই দৃশ্য গোলাঘাট কাৰ্বিআংলং সীমান্তৰ ।বন্য হস্তী অহা যোৱা কৰা পথ আৰু নিজ বাসগৃহৰ চাৰিওফালে বন্যহস্তীৰ গতিপথ সলাবলৈ এডাল বিদ্যুতৰ তাঁৰ স্থাপন কৰিছে ।  নিশাৰ ভাগত  প্ৰত্যেকটো পৰিয়ালৰ বাসগৃহ আৰু কৃষি ভূমিৰ চাৰিওফালে স্থাপন কৰি থোৱা এডাল তাৰত বিদ্যুৎ সংযোগ কৰি থয়।কিন্তু হাতী অহাযোৱা কৰা পথত এনেদৰে তাঁৰ স্থাপন কৰি বন্য হস্তীৰ বাবে বিপদ নমাই আনিব খোজা পৰিলক্ষিত কৰিও বনবিভাগে চকুমুদা কুলিৰ ভাও দি কোনোধৰণৰ পদক্ষেপ গ্ৰহন নকৰাটো অশ্বৰ্যকৰ । যাৰ বাবে এতিয়া গোলাঘাটত পুনৰ বন্য হস্তীৰ মৃত্যুৰ আশংকা কৰা হৈছে ।Body:Byte 1 : স্থানীয় বাসীন্দা Conclusion:গোলাঘাট পৰা চামিম আলি , etv Bharat , অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.