ETV Bharat / state

গোলাঘাটত চিকিৎসকৰ প্ৰতিবাদ

ডিব্ৰুগড় ডিকম চাহ বাগিচাত 6 মে'ত ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি ডাক্তৰ প্ৰবীন ঠাকুৰক শাৰীৰিক ভাবে প্ৰহাৰ কৰা প্ৰতিবাদত এই প্ৰতিবাদী কাৰ্যসূচী ।

গোলাঘাটত চিকিৎসকৰ প্ৰতিবাদ
author img

By

Published : May 11, 2019, 12:32 PM IST

গোলাঘাট , 11 মে' : গোলাঘাটত ডাক্তৰ সমাজৰ প্ৰতিবাদ । ডিব্ৰুগড় ডিকম চাহ বাগিচাত 6 মেত ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি ডাক্তৰ প্ৰবীন ঠাকুৰক শাৰীৰিক ভাবে প্ৰহাৰ কৰা প্ৰতিবাদত এই প্ৰতিবাদী কাৰ্যসূচী । অসম চিকিৎসা সেৱা আৰু ইণ্ডিয়ান মেডিকেল এছ'চিয়েছন উদ্যোগত গোলাঘাট শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালত ক'লা বেজ পৰিধান কৰি এঘন্টীয়া অৱস্থান ধৰ্মঘট পালন কৰে ডাক্তৰ সমাজে ।

গোলাঘাটত চিকিৎসকৰ প্ৰতিবাদ

চিকিৎসক সকলক সুৰক্ষা প্ৰদান কৰা , দোষীক উচিত শাস্তি প্ৰদান কৰা , চিকিৎসক আক্ৰমণৰ ঘটনা বন্ধ কৰা বিভিন্ন দাবীৰে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী আৰু স্বাস্থ্য মন্ত্ৰীক দাবী জনায় ।

Intro:গোলাঘাটত ডাক্তৰ সমাজৰ প্ৰতিবাদ । ডিব্ৰুগড় ডিকম চা বাগিচাত ৬ মেত ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি ডাক্তৰ প্ৰবীন ঠাকুৰক শাৰীৰিক ভাবে প্ৰহাৰ কৰা প্ৰতিবাদত এই প্ৰতিবাদী কাৰ্যসূচী । অসম চিকিৎসা সেৱা আৰু ইণ্ডিয়ান মেডিকেল এছ'চিয়েছন উদ্যোগত গোলাঘাট শ্বহীদ কুশল কোৱৰ অসামৰিক চিকিৎসালত ক'লা বেজ পৰিধান কৰি এঘন্টীয়া অৱস্থান ধৰ্মঘট পালন কৰে ডাক্তৰ সমাজে । চিকিৎসক সকলক সুৰক্ষা প্ৰদান কৰা , দোষীক উচিত শাস্তি প্ৰদান কৰা , এনেকুৱা ধৰনৰ চিকিৎসক আক্ৰমন ঘটনা বন্ধ কৰা বিভিন্ন দাবীৰে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী আৰু স্বাস্থ্য মন্ত্ৰীক দাবী জনায় । এনেকুৱা বোৰ ঘটনাৰ বাবে নব প্ৰজন্মৰ চিকিৎসক সকল চিকিৎসা সেৱা আগবঢ়াবলৈ আগ্ৰহী নহয় সেইবাবে অসম চৰকাৰ ১৭০০ চিকিৎসকৰ পদ খালি হৈ আছে ।Body:byte 1: চিকিৎসক
Bytes: চিকিৎসকConclusion:গোলাঘাট সমষ্টিৰ পৰা চামিম আলি , etv Bharat, অসম
8638762280
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.