ETV Bharat / state

গোলাঘাটত আৰক্ষীৰ বিৰুদ্ধে চিকিৎসকক প্ৰহাৰ কৰাৰ অভিযোগ

কমাৰগাঁও অসামৰিক চিকিৎসালয়ৰ স্বাস্থ্য বিষয়া ডাঃ সমিক জ্যোতি বৰাক প্ৰহাৰ দুই জোৱানৰ। চিকিৎসক গৰাকী কৰ্তব্যস্থলীৰ পৰা ঘৰলৈ গৈ থকা অৱস্থাত গাড়ী ৰখাই প্ৰহাৰ দুই জোৱানৰ । লগতে চিকিৎসক জনৰ ম'বাইল, মানি বেগ কাঢ়ি লৈ গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰি ঘটনাস্থলীৰ পৰা উধাও হোৱাৰ অভিযোগ আৰক্ষীদ্বয়ৰ বিৰুদ্ধে ৷

গোলাঘাটত চিকিৎসকক গুৰুলা গুৰুলকৈ প্ৰহাৰৰ অভিযোগ আৰক্ষীৰ বিৰুদ্ধে

author img

By

Published : Dec 31, 2020, 10:47 PM IST

গোলাঘাট,31 ডিচেম্বৰঃ কমাৰ গাঁও আৰক্ষীৰ বিৰুদ্ধে গুণ্ডাগিৰি অভিযোগ । এগৰাকী চিকিৎসকক গুৰুলা গুৰুলকৈ প্ৰহাৰ কমাৰগাঁও আৰক্ষী থানাৰ ১১ নং এপিবিএনৰ দুজন জোৱানৰ। কমাৰগাঁও অসামৰিক চিকিৎসালয়ৰ স্বাস্থ্য বিষয়া ডাঃ সমিক জ্যোতি বৰাক প্ৰহাৰ দুই জোৱানৰ। চিকিৎসক গৰাকী কৰ্তব্যস্থলীৰ পৰা ঘৰলৈ গৈ থকা অৱস্থাত গাড়ী ৰখাই প্ৰহাৰ দুই জোৱানৰ ।

গোলাঘাটত চিকিৎসকক গুৰুলা গুৰুলকৈ প্ৰহাৰৰ অভিযোগ আৰক্ষীৰ বিৰুদ্ধে

লগতে চিকিৎসক জনৰ ম'বাইল, মানি বেগ কাঢ়ি লৈ গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰি ঘটনাস্থলীৰ পৰা উধাও হোৱাৰ অভিযোগ আৰক্ষীদ্বয়ৰ বিৰুদ্ধে ৷ মূৰ, পিঠি, হাত, বুকুত আঘাতপ্ৰাপ্ত চিকিৎসক ডাঃ সমিক জ্যোতি বৰা সম্প্ৰতি গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে যদিও উন্নত চিকিৎসাৰ বাবে যোৰহাটলৈ প্ৰেৰণৰ নিৰ্দেশ দিছে চিকিৎসকে।

আনহাতে ঘটনাৰ উচিত তদন্ত কৰিবলৈ দাবী জনাইছে ডাক্তৰ এচোছিয়েশ্যনে। অন্যথা কৰ্মবিৰতিৰ দৰে কাৰ্যসূচী ল'বলৈ বাধ্য হ'ব বুলি হুংকাৰ প্ৰদান।

লগতে পঢ়কঃ ভয়-শংকাৰ মাজেৰে দি কটাইছে বামুনি মিকিৰ গ্ৰান্টৰ কৃষকে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.