ETV Bharat / state

সৰুপথাৰ-উৰিয়ামঘাট পথে জ্বলাকলা খুৱাইছে ৰাইজক - উৰিয়ামঘাট সংযোগী পথ

পথটোৰ দুৰৱস্থাৰ বাবে যানবাহনৰ চলাচলৰ ক্ষেত্ৰতো পদে পদে বিপদৰ আশংকা দেখা গৈছে  ৷ বিভাগীয় কৰ্তৃপক্ষক শীঘ্ৰেই পথটো নিৰ্মাণৰ দাবী জনাইছে স্থানীয় জনতাই ৷

সৰুপথাৰ উৰিয়ামঘাট সংযোগী পথে জীয়াতু ভোগাইছে স্থানীয় জনতাক
author img

By

Published : Jun 17, 2019, 12:08 PM IST

সৰুপথাৰ, 17 জুনঃ ধনশিৰি মহকুমাৰ সৰুপথাৰ গ্ৰাম্যপথ সংমণ্ডলৰ অন্তৰ্গত সৰুপথাৰ-উৰিয়ামঘাট সংযোগী পথে জীয়াতু ভোগাইছে স্থানীয় ৰাইজক ৷ বিধস্ত হৈ পৰা পথছোৱা যাতায়তৰ বাবে অনুপযোগী হৈ পৰিছে। পথটোৰ দুৰৱস্থাৰ বাবে যানবাহনৰ চলাচলৰ ক্ষেত্ৰতো পদে পদে বিপদৰ আশংকা দেখা গৈছে ৷ জৰাজীৰ্ণ পথটোত দুৰ্ঘটনাৰ শংকা ব্যক্ত কৰিছে স্থানীয় ৰাইজে ৷ কিন্তু ৰাইজৰ দুখ-দুৰ্দশাৰ প্ৰতি বিভাগীয় কৰ্তৃপক্ষ তথা জন প্ৰতিনিধিয়ে তিলমানো কাণসাৰ নিদিয়াৰ অভিযোগ উত্থাপন হৈছে ৷

সৰুপথাৰ উৰিয়ামঘাট সংযোগী পথে জীয়াতু ভোগাইছে স্থানীয় জনতাক

সেয়ে সংশ্লিষ্ট কৰ্তৃপক্ষক শীঘ্ৰেই পথটো নিৰ্মাণৰ দাবী জনাইছে স্থানীয় জনতাই ৷

Intro:যিটো সময়ত ৰাজ্যৰ চৌদিশে ব্যাপক উন্নয়ন আৰু পৰিৱৰ্তন হোৱা বুলি ৰাজ্যচৰকাৰখনে ঢাক ঢোল বজাই আছে সেইসময়ত বাট পথৰ দুৰৱস্হাই বাৰুকৈয়ে জীয়াতু ভোগাইছে সৰুপথাৰ বাসীক ৷ Body:ধনশিৰি মহকুমাৰ সৰুপথাৰ গ্ৰাম্যপথ সংমণ্ডলৰ অন্তৰ্গত সৰুপথাৰ উৰিয়ামঘাট সংযোগী পথটিৰ অৱস্হা অতি শোচনীয় হৈ পৰা পৰিলক্ষিত হৈছে ৷ পথটি প্ৰায় সম্পূৰ্ণৰূপে বিধস্ত হৈ পৰি যাতায়তৰ অনুপযোগী হৈ পৰিছে । পথটোৰ দুৰৱস্হাৰ বাবে যানবাহনৰ চলাচলত বিপদৰ সন্মূখীন হৈছে ৷ কিছু কিছু সময়ত সেই ৰাস্তাটোত সৰু বৰ দূৰ্ঘটনা সংঘটিত হৈছে । পথটোৰ মাজত সৃষ্টি হৈছে প্ৰকাণ্ড প্ৰকাণ্ড পুখুৰী সদৃশ গাঁতৰ ৷
Conclusion:Byte:- 1,2 public

সৰুপথাৰৰ পৰা দেৱাশীষ শৰ্মাৰ ৰিপৰ্ট ETV BHARAT অসম
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.