ETV Bharat / state

নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত চুইফট ডিজায়াৰ, নিহত 1

author img

By

Published : Nov 17, 2019, 9:01 PM IST

ৰঙামাটিত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ নিয়ন্ত্ৰণ হেৰুৱাই দ' খাৱৈত সোমাল চুইফট ডিজায়াৰ ৷ 4 জন লোকৰ অৱস্থা সংকটজনক, নিহত এক ৷

নিয়ন্ত্ৰণ হেৰুৱাই দ খাবৈত চুইফট ডিজায়াৰ

গোলাঘাট, 17 নৱেম্বৰ: গোলাঘাট জিলাৰ দেৰগাঁও আৰক্ষী থানাৰ অন্তৰ্গত ৰঙামাটিত দেওবাৰে সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা ৷ দুৰ্ঘটনাত আহত ছজনকৈ লোক ৷ প্ৰাপ্ত তথ্য মতে, বিয়লি ৰঙামাটি দানহ বাবা থানৰ পৰা AS 05J 7163 নম্বৰৰ চুইফট ডিজায়াৰ বাহনখনেৰে বোকাখাট অভিমুখে যাত্ৰা কৰোতেই সংঘটিত হয় এই শোকাৱহ পথ দুৰ্ঘটনাটো ৷

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা

নিয়ন্ত্ৰণ হেৰুৱাই বাহনখনে 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ ডিভাইদাৰত প্ৰচণ্ড জোৰে খুণ্ডা মাৰি পথৰ কাষত থকা দ' খাৱৈত সোমাই পৰে । ফলত গাড়ীখনত থকা ছজনকৈ যুৱক গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত হৈ যদিও তাৰে চাৰি জনৰ অৱস্থা সংকটজনক ৷ ঘটনাস্থলীৰ পৰা দেৰগাঁও আৰক্ষীয়ে আটাইকেইজন আঘাতপ্ৰাপ্ত যুৱকক দেৰগাঁও চিকিৎসালয়লৈ নিয়ে যদিও পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে যোৰহাট মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হয় ।

আঘাতপ্ৰাপ্ত যুৱক কেইজন দেৰগাঁও জেলেহুৱা গাঁৱৰ সঞ্জীৱ বৰা, ঋতু বৰা, পাৰ্থপ্ৰতিম বৰা, অশোক শইকীয়া, কৌশিক বৰুৱা, আৰু অভিনৱ ( চনু) হাজৰিকা বুলি জানিব পৰা গৈছে। অৱশ্যে শেহতীয়া খবৰ অনুসৰি সঞ্জীৱ বৰা নামৰ যুৱক জনৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে ৷

লগতে চাওক-কোনে হত্যা কৰিলে কৃষ্ণক ?

Intro:পথ দুৰ্ঘটনা Body:ৰঙামাটিত ভয়ংকৰ পথ দুৰ্ঘটনা
নিয়ন্ত্ৰন হেৰুৱাই পথাৰত সোমাল চুইফট ডিজায়াৰ
সংকট জনক অৱস্থাত ৪ জন।নিহত ১

নিয়মীয়াবাৰ্তা ৰঙামাটি ১৭ নৱেম্বৰঃ
গোলাঘাট জিলাৰ দেৰগাঁও আৰক্ষী থানাৰ অন্তৰ্গত ৰঙামাটিত সংঘটিত হোৱা ভয়ংকৰ এক পথ দুৰ্ঘটনাত ছজনকৈ লোক আঁহত হোৱা ঘটনাই সকলোকে মৰ্ম্মাহত কৰি তুলিছে।প্ৰাপ্ত তথ্য মতে আজি বিয়লি ৰঙামাটি দানহ বাবা থানৰ পৰা AS05J7163নম্বৰৰ চুইফট ডিজায়াৰ গাড়ী খনেৰে বোকাখাট অভিমুখে যাত্ৰা কৰোতেই নিয়ন্ত্ৰন হেৰুৱাই ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ ডিভাইদাৰত প্ৰচণ্ড জোৰে খুণ্ডামাৰি পথৰ কাষৰ পথাৰত সোমাই পৰে।ফলত গাড়ীখনত থকা ছজন যুৱকেই আঘাত প্ৰাপ্ত হৈ যদিও তাৰে পাচ জনৰ অৱস্থা সংকট জনক বুলি জানিব পৰা গৈছে। ঘটনা স্থলীৰ পৰা দেৰগাঁও আৰক্ষীয়ে আটাইকেইজন আঘাত প্ৰাপ্ত যুৱকক দেৰগাঁও ত্ৰিছ খন বিচনাযুক্ত চিকিৎসালয়লৈ নিয়ে যদিও উন্নত চিকিৎসাৰ বাবে যোৰহাট মেডিকেল কলেজলৈ প্ৰেৰন কৰা হয়।আঘাতপ্ৰাপ্ত যুৱক কেইজন দেৰগাঁও জেলেহুৱা গাঁৱৰ সঞ্জীৱ বৰা, ঋতু বৰা, পাৰ্থপ্ৰতিম বৰা, অশোক শইকীয়া, কৌশিক বৰুৱা, আৰু অভিনৱ( চনু)হাজৰিকা বুলি জানিব পৰা গৈছে।বাতৰি লিখা পৰলৈকে যুৱকেইজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।অৱশ্যে এই মূহুৰ্তত সঞ্জীব বৰা নামৰ যুৱক জনৰ মৃৰ্যু হৈছে বুলি জানিব পৰা গৈছে Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.