ETV Bharat / state

গোলাঘাটত ধুমুহাৰ তাণ্ডৱ

গোলাঘাটত প্ৰচণ্ড ধুমুহা-বতাহৰ ফলত জিলাখনৰ প্ৰায় 15খন গাঁৱৰ বিস্তৰ ক্ষতি-সাধন হয় ৷

author img

By

Published : Sep 3, 2019, 7:42 AM IST

গোলাঘাটত ধুমুহাৰ তাণ্ডৱ

দেৰগাঁও,২ছেপ্টেম্বৰ : গোলাঘাটত প্ৰচণ্ড ধুমুহা ৷ প্ৰচণ্ড ধুমুহা-বতাহত ক্ষতিগ্ৰস্ত হয় দেৰগাঁৱৰ প্ৰায় ১৫ খন গাঁও ৷ দেৰগাঁৱৰ নাহৰণি, মাজগাওঁ, বাতিপৰীয়া, বৰুৱাঢাপ, লাওভগাকে আদি কৰি প্ৰায় ১৫ খন গাঁৱৰ ঘৰ -দুৱাৰকে আদি কৰি কেইবাখনো বিদ্যালয়ৰ গৃহ ভাগি পৰে ৷ ধুমুহাৰ ফলত পথত বাগৰি পৰে প্ৰকাণ্ড গছ ৷ ইয়াৰোপৰি, বিদ্যুতৰ খুটা আৰু তাঁৰ ছিঙি পৰাত সমগ্ৰ অঞ্চলটোত ব্যাহত হৈ পৰে বিদ্যুৎ সেৱা ৷

Intro:দেৰগাঁৱত প্ৰচণ্ড ধুমুহাBody:

দেৰগাঁও ২ছেপ্টেম্বৰ----গোলাঘাটত প্ৰচণ্ড ধুমুহা | প্ৰচণ্ড ধুমুহা বতাহে মহতিয়ালে দেৰগাঁও প্ৰায় ১৫ খন গাঁও বিয়লি অহা প্ৰৱল ধুমুহাৰে উত্তৰ গুৰযোগনীয়া গাঁও পঞ্চায়তৰ এলেকাত বিস্তৰ ক্ষতি কৰে | দেৰগাঁৱৰ নাহৰণি, মাজগাওঁ, বাতিপৰীয়া, বৰুৱাঢাপ, লাওভগাকে আদি কৰি প্ৰায় ১৫ খন গাৱৰ ঘৰ -দুৱাৰকে আদি কৰি কেইবাখনো বিদ্যালয় ভাঙি পৰে | পথত বাগৰি পৰে গছ | ইয়াৰোপৰি বিদ্যুতৰ খুটা আৰু তাৰ চিঙি পৰাত সমগ্ৰ অঞ্চলটোত ব্যাহত হৈ পৰে বিদ্যুত ব্যৱস্থা | প্ৰায় ১০ মিনিটৰ ভিতৰত ঘূৰ্ণী বতাহে কৰা এনে অৱস্থাৰ ফলত হাঁহাকাৰ সমগ্ৰ অঞ্চলটোৰ |

*Byte. স্থানীয় ব্যক্তি*

Conclusion:সাহায্য বিছাৰিছে ক্ষতি গ্ৰস্ত লোক সকলে
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.