ETV Bharat / state

ব্যাপক গৰাখহনীয়াই শংকা নমাইছে দেৰগাঁওবাসীলৈ - ব্ৰহ্মপুত্ৰৰ

ভয়াৱহ গৰাখহনীয়াই তীব্ৰ শংকা নমাই আনিছে দেৰগাঁওবাসীলৈ ৷ তাৎক্ষণিকভাৱে ইয়াৰ ব্যৱস্থা নল'লে ব্ৰক্ষ্মপুত্ৰৰ বুকুত জাহ যাব শতাধিক গাঁও ৷

গৰাখহনীয়া
author img

By

Published : Oct 14, 2019, 4:29 PM IST

দেৰগাঁও, 14 অক্টোবৰ: চপৰা - চপৰে খহিছে খহিছে ব্ৰহ্মপুত্ৰৰ গৰা । এই ভয়াৱহ খহনীয়াই তীব্ৰ শংকা কঢ়িয়াই আনিছে দেৰগাৱঁৰ শতাধিক গাঁৱলৈ । কাৰণ দিনে দিনে খহনীয়া ইমানেই বৃদ্ধি পাইছে যে শীঘ্ৰেই এই খহনীয়াই মথাউৰিৰ অনিষ্ট কৰাটো নিশ্চিত হৈ পৰিছে । নিমাতিৰ পৰা বংকোৱাল সংযোগী মথাউৰিটো অনিষ্ট হ'লে ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যাব দেৰগাঁৱৰ সমষ্টিৰ শতাধিক গাওঁ । ইতিমধ্যে ব্ৰহ্মপুত্ৰৰ খহনীয়াত জাহ গৈছে দেৰগাওঁ সমষ্টিৰ অৰ্ধশতাধিক গাওঁ । স্থানীয় বিধায়ক ভবেন্দ্ৰ নাথ ভৰালীক অতি সোনকালে খহনীয়া ৰোধৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছে ভুক্তভুগী জনতাই ।

দেৰগাঁও

Intro:দেৰগাঁৱত ব্যাপক গৰাখহনীয়াBody:Slug -- Dergaon khohonia

ব্ৰহ্মপুত্ৰৰ খহনীয়াই ধাৰণ কৰিছে কালৰূপ : সংকটত দেৰগাৱঁৰ শতাধিক গাওঁ 
----------------------------------------------

OCVO -- চপৰা - চপৰে খহিছে খহিছে ব্ৰহ্মপুত্ৰৰ গড়া । এই ভয়াৱহ খহনীয়াই তীব্ৰ সংকা কঢ়িয়াই আনিছে দেৰগাৱঁৰ শতাধিক গাৱলৈ । এই ভয়াৱহ দৃশ্য দেৰগাৱঁৰ ব্ৰহ্মপুত্ৰৰ পাৰৰ । এনেদৰেই এতিয়া নিতৌ খহিছে নৈৰ গড়া । এই খহনীয়া দিনক দিনে ইমানেই বৃদ্ধি পাইছে যে অতি শীঘ্ৰেই এই খহনীয়াই মথাউৰিৰ অনিষ্ট কৰাটো নিশ্চিত হৈ পৰিছে । নিমাতিৰ পৰা বংকোৱাল সংযোগী মথাউৰিটো অনিষ্ট হ'লে ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যাব দেৰগাওঁ সমষ্টিৰ শতাধিক গাওঁ । ইতিমধ্যে ব্ৰহ্মপুত্ৰৰ খহনীয়াত জাহ গৈছে দেৰগাওঁ সমষ্টিৰ অৰ্ধশতাধিক গাওঁ । স্থানীয় বিধায়ক ভবেন্দ্ৰ নাথ ভৰালীক অতি সোনকালে খহনীয়া ৰোধৰ ব্যৱস্থা গ্ৰহন কৰিবলৈ অনুৰোধ জনাইছে ভুক্তভুগী জনতাই ।

Byte -- খহনীয়াত আক্ৰান্ত লোক Conclusion:খহনীয়াৰ পৰা উদ্বাৰ বিচাৰিছে স্থানীয় ৰাইজে
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.