ETV Bharat / state

গোলাঘাটৰ শালমৰা চাহ বাগিচাত উদ্ধাৰ হৰিণা পহু - deer recover at assam

বাগিচাখনৰ সহকাৰী পৰিচালক সবিন ৰক্ষিতে উদ্ধাৰ কৰে বিপদগ্ৰস্ত হৰিণাটোক

গোলাঘাটৰ শালমৰা চাহ বাগিচা
author img

By

Published : Nov 5, 2019, 5:38 PM IST

Updated : Nov 5, 2019, 6:24 PM IST

গোলাঘাট,5 নৱেম্বৰঃ গোলাঘাট জিলাৰ শালমৰা চাহ বাগিচাত উদ্ধাৰ এটা হৰিণা পহু । সোমবাৰে নিশা বাগিচাখনৰ চাৰিসীমাত থকা কাঁটা তাঁৰত লাগি ধৰা হৰিণাটো উদ্ধাৰ কৰে বাগিচাখনৰ সহ পৰিচালকে ৷ সোমবাৰে বাগিচাখনৰ এজন শ্ৰমিকে হৰিণাটোৰ চিঞৰ শুনি সহ পৰিচালক জনক খবৰ দিয়ে আৰু দুয়ো পহুটো উদ্ধাৰ কৰি সহ পৰিচালকজনৰ বাসভৱনলৈ লৈ আহে । সহ পৰিচালক সবিন ৰক্ষিতে চিকিৎসকৰ জৰিয়তে হৰিণাটোক প্ৰাথমিক চিকিৎসা কৰাই নিশাটো ঘৰতে ৰাখি বন বিভাগক খবৰ দিয়ে । পৰৱৰ্তী সময়ত হৰিণা চাবলৈ বাগিচাখনত সমাগম ঘটে বহু লোকৰ ।

শালমৰা চাহ বাগিচাত উদ্ধাৰ হৰিণা পহু

হৰিণাটো কোনো লোকৰ চিকাৰ হোৱাৰ আশংকাত অতি গোপনে উদ্ধাৰ কৰি সাংবাদিকক খবৰ দিয়াৰ পাছতহে বন বিভাগক খবৰ দিয়ে বাগিচাখনৰ সহ পৰিচালকগৰাকীয়ে ।

Intro: গোলাঘাট জিলাৰ শালমৰা চাহ বাগিচাত উদ্ধাৰ হৰিণা পহু । বাগিচা খনৰ সহকাৰী পৰিচালক সবিন ৰক্ষিতে উদ্ধাৰ কৰে বিপদগ্ৰস্ত হৰিণিটোক । যোৱা নিশা বাগিচা খনৰ চাৰি সীমাত থকা কাঁতা তাঁৰত লাগি চিঞৰি আছিল হৰিণাটোৱে । তেনেতে বাগিচা খনৰ এজন শ্ৰমিকে হৰিণাটোৰ চিঞৰ শুনি সহ পৰিচালক জনক খবৰ দিয়ে আৰু দুয়ো পহুটো উদ্ধাৰ কৰি সহ পৰিচালক জনৰ বাস ভৱনলৈ লৈ আহে । সহ পৰিচালক সবিন ৰক্ষিতে চিকিৎসকৰ জৰিয়তে হৰিণাটোক প্ৰাথমিক চিকিৎসা কৰাই নিশাটো ঘৰতে ৰাখি বন বিভাগক খবৰ দিয়ে । বাগিচাত হৰিণা চাবলৈ এতিয়া বহু লোকৰ সমাগম । কিন্তু যি সময়ত কোৱা হয় হৰিণাৰ মাংসই বৈৰী , তেনে সময়ত শালমৰা চাহ বাগিচাৰ সহকাৰী পৰিচালক সবিন ৰক্ষিতৰ বন্যপ্ৰাণীৰ প্ৰতি থকা অপত্য স্নেহ সচাই শলাগিবলগীয়া আৰু তেওঁৰ কৰ্ম প্ৰসংশনীয় । হৰিণাটো কোনো লোকৰ স্বীকাৰ হোৱাৰ শংকাতেই অতি গোপনে উদ্ধাৰ কৰি সাংবাদিকক খবৰ দিয়াৰ পাছতহে বন বিভাগক খবৰ দিয়ে ।
Body:Byte 2-- সবিন ৰক্ষিত , সহ পৰিচালকConclusion:গোলাঘাট পৰা চামিম আলি , etv Bharat, অসম
Last Updated : Nov 5, 2019, 6:24 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.