ETV Bharat / state

দেৰগাঁৱত উদ্ধাৰ অচিনাক্ত মৃতদেহ

দেৰগাঁৱৰ গেলাবিলত নৈত উদ্ধাৰ হয় মৃতদেহটো ৷ মৃতদেহটো প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজে খবৰ দিয়ে আৰক্ষীয়ে ৷

author img

By

Published : Aug 22, 2019, 10:22 PM IST

দেৰগাঁৱত উদ্ধাৰ অচিনাক্ত মৃতদেহ

দেৰগাঁও,22 আগষ্টঃ দেৰগাঁৱত উদ্ধাৰ হৈছে এটা অচিনাক্ত মৃতদেহ। দেৰগাঁৱৰ গেলাবিল নৈত উদ্ধাৰ হৈছে এই মৃতদেহটো। নদীৰ সোঁতত উটি অহা মৃতদেহটো এজন অচিনাক্ত পুৰুষৰ। পুৱাভাগত ইকৰাণি গাঁৱৰ কেইগৰাকীমান যুৱকে গাঁওখনৰ কাষেৰে বৈ যোৱা গেলাবিল নৈৰ পাৰত ফুৰিবলৈ যোৱা অৱস্থাত পানীত ওপঙি অহা মৃতদেহটো প্ৰত্যক্ষ কৰে আৰু তাৰ পাছতে অঞ্চলজৰি সৃষ্টি হয় তীব্ৰ চাঞ্চল্যৰ । স্থানীয় ৰাইজ ঘটনা সৰ্ন্দভত খবৰ দিয়ে দেৰগাঁও আৰক্ষীক । আৰক্ষীৰ লোক কম সময়ৰ ভিতৰতে ঘটনাস্থলীত উপস্থিত হয় যদিও মৃতদেহ নৈৰ বুকুৰ পানীৰে কিছু আঁতৰলৈ যোৱাত উদ্ধাৰ কৰাত সমস্যাৰ সৃষ্টি হয়। দুপৰীয়া প্ৰায় বাৰ বজাত এখন নাঁও আনি ৰাইজ আৰু আৰক্ষীৰ তৎপৰতাত অচিনাক্ত পুৰুষৰ মৃতদেহটো উদ্ধাৰ কৰা হয়। মৃতদেহ প্ৰত্যক্ষ কৰি ঘটনাটো প্ৰায় তিনি চাৰিদিনৰ পূৰ্বৰ বুলিয়েই সকলোৱে সন্দেহ কৰিছে। অনুমান হৈছে যে ,মৃত ব্যক্তিজন প্ৰায় ৩০/৩৫ বছৰীয়া এজন যুৱক ৷ ব্যক্তিজনক প্ৰকৃততে কোনোবাই হত্যা কৰি নৈত পেলাই দিছে নে এইয়া আত্মহত্যাৰ ঘটনা সেয়া এতিয়াও স্পষ্ট হোৱা নাই। মৃতদেহটো সম্প্ৰতি দেৰগাঁও আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে গোলাঘাটলৈ।

Intro:আজি পূৱাৰে পৰা মৃতদেহ উদ্বাৰ হোৱাক লৈ স্তানীয় ৰাইজে আৰক্ষীক খবৰ দিয়ে Body:দেৰগাৱৰ গেলাবিল নদীত উদ্ধাৰ মৃতদেহ 
-------------------------------------------

আজি দেৰগাঁৱত উদ্ধাৰ হৈছে এক অচিনাক্ত মৃতদেহ। দেৰগাঁৱৰ গেলাবিল নৈত উদ্ধাৰ হৈছে এই মৃতদেহটো। নদীৰ সোঁতত উটি অহা মৃতদেহটো এজন অচিনাক্ত পুৰুষৰ মৃতদেহ।আজি পুৱাভাগত ইকৰাণি গাঁওৰ কেইগৰাকীমান যুৱকে গাওখনৰ কাষেৰে বৈ যোৱা গেলাবিল নৈৰ পাৰত ফুৰিবলৈ যোৱা অবস্থাত পানীত তলমুৱা হৈ ওপঙি অহা এই মৃতদেহটো প্ৰত্যক্ষ কৰে আৰু অঞ্চলজৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়। স্থানীয় ৰাইজ নৈৰ পাৰত সমবেত হয় আৰু ঘটনা সৰ্ন্দভত দেৰগাঁও আৰক্ষীক খবৰ দিয়ে। আৰক্ষীৰ লোক কম সময়ৰ ভিতৰতে ঘটনাস্থলীত উপস্থিত হয় যদিও মৃতদেহ নৈৰ বুকুৰ পানীৰে কিছু আতৰলৈ যোৱাত উদ্ধাৰ কৰিবলৈ সমস্যাৰ সৃষ্টি হয়। দুপৰিয়া প্ৰায় বাৰ মান বজাত এখন নাও আনি ৰাইজ আৰু আৰক্ষীৰ তৎপৰতাত অচিনাক্ত পুৰুষৰ মৃতদেহটো উদ্ধাৰ কৰা হয়। মৃতদেহ প্ৰত্যক্ষ কৰি ঘটনাটো তিনি/চাৰিদিনৰ পূৱৰ বুলিয়েই সকলোৱে সন্দেহ কৰিছে। মৃত ব্যক্তিজন ৩০/৩৫ বছৰীয়া যুৱক হ'ব । পিন্ধনত নিলা জিনচৰ পেন্ট আৰি গেঞ্জী আছে। ব্যক্তিজনক প্ৰকৃততে কোনোৱাই হত্যা কৰি নৈত পেলাই দিছে নে এইয়া আত্মহত্যাৰ ঘটনা একো ধৰিব পৰা নাই। মৃতদেহ সম্প্ৰতি দেৰগাও আৰক্ষীয়ে মৰোনোত্তৰ পৰীক্ষাৰ বাবে গোলাঘাটলৈ প্ৰেৰন কৰিছৰ।ঘটনাক লৈ এতিয়া অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য অৱ্যাহত আছে।

Byte:
স্থানীয় লোকConclusion:মৰোনোত্তৰ পৰীক্ষাৰ পাছতহে আচল ৰহস্য ওলাব
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.