ETV Bharat / state

গোলাঘাটত ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ 123 সংখ্যক মৃত্যু তিথি

মৃত্যু তিথি উপলক্ষে গোলাঘাটৰ কলেজ তিনি আলিৰ হেমচন্দ্ৰ বৰুৱাৰ প্ৰতিমূৰ্তি স্থলীত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰা হয় ৷

author img

By

Published : Apr 30, 2019, 11:56 AM IST

ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ 123 সংখ্যক মৃত্যু তিথি

গোলাঘাট , 30 এপ্ৰিল : আজি ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ 123 সংখ্যক মৃত্যু তিথি ৷ সেই উপলক্ষে মঙলবাৰে গোলাঘাটৰ কলেজ তিনিআলিৰ হেমচন্দ্ৰ বৰুৱাৰ প্ৰতিমূৰ্তি স্থলীত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰা হয় ৷

ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ 123 সংখ্যক মৃত্যু তিথি

গোলাঘাট জিলা সাংবাদিক সন্থাৰ সভাপতি সোনাৰাম ভঁৰালীয়ে বন্তি প্ৰজ্বলনৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ শুভাৰম্ভণি কৰে ৷ ইপিনে অন্য এগৰাকী আমন্ত্ৰিত অতিথি প্ৰাক্তন প্ৰৱক্তা দীনেশ গগৈয়ে ভাষাৰ ওজা গৰাকীৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন কৰে ৷ এই কাৰ্য্যসূচীত গোলাঘাট শাখা সাহিত্য সভাৰ সভাপতি অপৰাজিতা বৰুৱাৰ , সাহিত্য সভাৰ বিষয়ববীয়া, জেষ্ঠ সাংবাদিক অপূৰ্ব বৰুৱা, গোলাঘাট জিলা সাংবাদিক সংস্থাৰ বিষয়ববীয়া আৰু চৰকাৰী পেঞ্চনাৰ সন্থাৰ গোলাঘাটৰ সভাপতি জিতেন কাকতিৰ লগতে স্থানীয় ৰাইজ উপস্থিত থাকে ৷

Golaghat 30.04.2019
slug : as_glt_vakha uja hemchandra_vis_byte_7205572
O.C. : আজি ৩০ এপ্ৰিল। ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ ১২৩ সংখ্যক মৃত্যু তিথি। গোলাঘাটৰ কলেজ তিনি আলিৰ হেমচন্দ্ৰ বৰুৱাৰ প্ৰতিমূৰ্তি স্থলীত আয়োজন কৰা হয় শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। মঙ্গলবাৰে পুৱা গোলাঘাট জিলা সাংবাদিক সংস্থাৰ উদ্যোগত আৰু গোলাঘাট শাখা সাহিত্য সভাৰ সহযোগত অনুষ্ঠিত হয় শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। গোলাঘাট জিলা সাংবাদিক সংস্থাৰ সভাপতি সোনাৰাম ভঁৰালীয়ে বন্তি প্ৰজ্বলনৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ শুভাৰম্ভ কৰে। অন্য এগৰাকী আমন্ত্ৰিত অতিথি প্ৰাক্তন প্ৰৱক্তা দীনেশ গগৈয়ে ভাষাৰ ওজা গৰাকীৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন কৰি কয় যে ভাষাৰ ওজা গৰাকীৰ পৰিয়ালৰ তৰফৰ পৰা প্ৰকাশিত এখন বাতৰি কাকত আৰু এটা টি ভি চেনেলত অসমীয়া ভাষাক বিকৃত কৰা হৈছে। যি সময়ত সমগ্ৰ দেশ বাসীয়ে ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি আহিছে তেনে সময়ত সেই মহান ব্যক্তি গৰাকীৰ পৰিয়ালৰ যদি ভাষা জ্ঞান নাথাকে তেন্তে ব্যক্তি গৰাকীক অপমান কৰাহে হয়। 
Byte 2:  দীনেশ গগৈ , প্ৰাক্তন প্ৰৱক্তা।
V.O.: এই কাৰ্য্যসূচীত গোলাঘাট শাখা সাহিত্য সভাৰ সভাপতি অপৰাজিতা বৰুৱাৰ লগতে সাহিত্য সভাৰ বিষয় ববীয়া, জেষ্ঠ সাংবাদিক অপূৰ্ব বৰুৱা,  গোলাঘাট জিলা সাংবাদিক সংস্থাৰ বিষয় ববীয়া, চৰকাৰী পেঞ্চনাৰ সন্থাৰ গোলাঘাটৰ সভাপতি জিতেন কাকতি আৰু স্থানীয় ৰাইজ উপস্থিত থাকে।
Byte 1: সোনাৰাম ভৰালী, সভাপতি, গোলাঘাট জিলা সভাপতি।
গোলাঘাটৰ পৰা দিগন্ত চাহুৰ ৰিপ'ৰ্ট, Etv Bharat অসম।

Feed send by mojo.
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.