ETV Bharat / state

নুমলীগড় সীমা শুল্ক বিভাগৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ বিদেশী জোতা

author img

By

Published : Oct 21, 2020, 9:41 PM IST

কেন্দ্ৰীয় সীমা শুল্ক বিভাগৰ নুমলীগড়ৰ অধীক্ষক অজয় সেন ডেকাৰ নেতৃত্বাধীন অভিযানকাৰী দল এটাই বুধবাৰে মৰিয়নীত এখন বলেৰ' পিকআপ ভানৰ পৰা প্ৰায় 4 লক্ষাধিক টকাৰ বিদেশী জোতা জব্দ কৰে ৷

বিদেশী জোতা
বিদেশী জোতা

গোলাঘাট, 21 অক্টোবৰ: গোলাঘাট জিলাৰ নুমলীগড় সীমা শুল্ক বিভাগৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ বিদেশী জোতা ৷ মঙলবাৰে নাগালেণ্ডৰ অসমৰ সীমান্তৰে মৰিয়নীত প্ৰৱেশ কৰা NL-02 Q-8742 নম্বৰৰ বলেৰ’ পিকআপ ভান এখন জব্দ কৰে কেন্দ্ৰীয় সীমা শুল্ক বিভাগৰ নুমলীগড়ৰ অধীক্ষক অজয় সেন ডেকাৰ নেতৃত্বাধীন অভিযানকাৰী দলটোৱে ৷ অভিযানত শুল্ক বিভাগৰ অভিযানকাৰী দলটোৱে ৫৯০ যোৰ জোতা জব্দ কৰে ৷ যাৰ আনুমানিক মূল্য ৪ লক্ষাধিক হ'ব বুলি জানিবলৈ দিয়ে অধীক্ষকগৰাকীয়ে ৷

নুমলীগড় সীমা শুল্ক বিভাগৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ বিদেশী জোতা

লগতে পঢ়ক: কাৰ্বি আংলঙত 16 টা বাঘৰ দাঁত উদ্ধাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.