ETV Bharat / state

সৰুপথাৰৰ বৰপথাৰত ক'ভিড ৰোগীৰ আত্মহত্যা - ক’ভিড পজিটিভ ৰোগীৰ আত্মহত্যা

বৰপথাৰৰ কৰ্দৈগুৰিত ক’ভিড পজিটিভ ৰোগীৰ আত্মাহত্যা ৷ ঘৰৰ ওচৰৰ হাবিত এডাল গছত চিপ লোৱা অৱস্থাত উদ্ধাৰ হয় লোকজনৰ মৃতদেহ ৷

covid-patient-suiside-barpathar
সৰুপথাৰৰ বৰপথাৰত ক'ভিড ৰোগীৰ আত্মহত্যা
author img

By

Published : May 30, 2021, 10:34 PM IST

Updated : May 30, 2021, 10:58 PM IST

সৰুপথাৰ, 30 মে': গোলাঘাট জিলাৰ বৰপথাৰৰ কৰ্দৈগুৰিত সংঘটিত হয় এক মৰ্মান্তিক ঘটনা । এজন ক’ভিড পজিটিভ ৰোগীয়ে আত্মহত্যা কৰা বুলি জানিব পৰা গৈছে । বৃহস্পতিবাৰ নিশাৰ পৰা নিৰুদ্দেশ হৈ আছিল লোকজন ৷ শনিবাৰে নিশা ঘৰৰ ওচৰৰ হাবিত এডাল গছত চিপ লোৱা অৱস্থাত উদ্ধাৰ হয় লোকজনৰ মৃতদেহ ।

সৰুপথাৰৰ বৰপথাৰত ক'ভিড ৰোগীৰ আত্মহত্যা

ক’ভিড পজিটিভ ধৰা পৰাৰ পিছতেই হোম কোৱাৰেন্টাইন হৈ আছিল লোকজনৰ লগতে পৰিয়ালটো । আত্মহত্যা কৰা লোকজন বৰপথাৰ কৰ্দৈগুৰিৰ পানিৰাম কুৰ্মী বুলি জানিব পৰা গৈছে । ঘটনাস্থলীত বৰপথাৰ আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ।

লগতে পঢ়ক: কৰিমগঞ্জৰ ভাৰত-বাংলাদেশ সীমান্তত গুলীয়াগুলি

Last Updated : May 30, 2021, 10:58 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.