ETV Bharat / state

বান্দৰে ভাঙিলে ভাৰত চৰকাৰৰ অনাময় আঁচনিৰ শৌচালয় - monkey

ভাৰত চৰকাৰৰ স্বচ্ছ ভাৰত অভিযানৰ অন্তৰ্গত অনাময় আঁচনিৰ অধীনত নুমলীগড় চাহ বাগিচাৰ লাইনসমূহত নিৰ্মিত হৈছে শতাধিক শৌচালয় । কিন্তু শৌচালয়সমূহ নিৰ্মাণত সংঘটিত হৈছে ব্যাপক অনিয়ম । যাৰ বাবে এটা বান্দৰ উঠিলেই বালিঘৰৰ দৰে ভাঙি পৰে শৌচালয়ৰ টেংকী আৰু সেই টেংকীসমূহতে পৰি আহত হৈছে বহু বান্দৰ ।

বান্দৰে ভাঙিলে ভাৰত চৰকাৰৰ অনাময় আঁচনিৰ শৌচালয়
author img

By

Published : Mar 31, 2019, 4:53 PM IST

গোলাঘাট,31 মাৰ্চ : ভাৰত চৰকাৰৰ স্বচ্ছ ভাৰত অভিযানৰ অন্তৰ্গত অনাময় আঁচনিৰ অধীনত শৌচালয় নিৰ্মাণ কাৰ্যত ব্যাপক অনিয়ম । এই আঁচনিৰ অধীনত গোলাঘাটৰ নুমলীগড় চাহ বাগিচাত নিৰ্মিত এটাৰ পাচত আনটো শৌচালয় এতিয়া ভাঙিছে বান্দৰে । কেৱল এয়াই নহয়, শৌচালয় ভাঙি আহতও হৈছে বান্দৰ ।

etv bharat assam
বান্দৰে ভাঙিলে ভাৰত চৰকাৰৰ অনাময় আঁচনিৰ শৌচালয়

ভাৰত চৰকাৰৰ স্বচ্ছ ভাৰত অভিযানৰ অন্তৰ্গত অনাময় আঁচনিৰ অধীনত নুমলীগড় চাহ বাগিচাৰ লাইনসমূহত নিৰ্মিত হৈছে শতাধিক শৌচালয় । কিন্তু শৌচালয়সমূহ নিৰ্মাণত সংঘটিত হৈছে ব্যাপক অনিয়ম । যাৰ বাবে এটা বান্দৰ উঠিলেই বালিঘৰৰ দৰে ভাঙি পৰে শৌচালয়ৰ টেংকী আৰু সেই টেংকীসমূহতে পৰি আহত হৈছে বহু বান্দৰ ।

বান্দৰে ভাঙিলে ভাৰত চৰকাৰৰ অনাময় আঁচনিৰ শৌচালয়

উল্লেখ্য যে,শৌচালয়সমূহত ব্যৱহৃত সামগ্ৰীসমূহ অতি নিম্নমানৰ বুলি অভিযোগ উত্থাপন কৰিছে বাগিচাখনৰ শ্ৰমিকসকলে । এনেদৰেই এতিয়া চৰকাৰ আৰু প্ৰশাসনৰ লগত মিতিৰালি কৰি একাংশ ঠিকাদাৰ, সংস্থাই সংঘটিত কৰি আহিছে ব্যাপক দুৰ্নীতি । সেয়েহে এইসমূহ ঠিকাদাৰ ,সংস্থাক নাকী লগাবলৈ সৰ্বানন্দ সোণোৱালৰ চৰকাৰক দাবী জনায় শ্ৰমিকসকলে ।

Intro:ভাৰত চৰকাৰৰ স্বচ্ছ ভাৰত অভিযানৰ অন্তৰ্গত অনাময় আঁচনিৰ অধীনত গোলাঘাট নুমলীগড় চাহ বাগিচাৰ লাইন সমূহত নিৰ্মান হৈছে শতাধিক শৌচালয় । শৌচালয় সমূহ নিৰ্মাণত সংঘটিত হৈছে ব্যাপক অনিয়ম ।Body:এই দৃশ্য গোলাঘাট নুমলীগড় চাহ বাগিচাৰ । বান্দৰে ভাঙিছে এটাৰ পিছত এটা আন এটা শৌচালয় । শৌচালয় ভাঙি আহত হৈছে বান্দৰ। ভাৰত চৰকাৰৰ স্বচ্ছ ভাৰত অভিযানৰ অন্তৰ্গত অনাময় আঁচনিৰ অধীনত নুমলীগড় চাহ বাগিচাৰ লাইন সমূহত নিৰ্মান হৈছে শতাধিক শৌচালয় । শৌচালয় সমূহ নিৰ্মাণত সংঘটিত হৈছে ব্যাপক অনিয়ম । যাৰ বাবে এটা বান্দৰ উঠিলেই বালিঘৰৰ দৰে ভাঙি যায় শৌচালয় ৰ টেংকী সমূহ । আৰু সেই টেংকী সমূহত পৰি আহত হৈছে বহু বান্দৰ । ইফালে শৌচালয় সমূহত ব্যৱহাৰ কৰা কাঠ সমূহ অতি নিম্ন মানৰ । টিনপাত সমূহ যেন কাগজ হে । মুঠৰ ওপৰত এই সমূহ শৌচালয় নিৰ্মাণত ব্যাপক অনিয়ম হোৱাৰ অভিযোগ আনিছে বাগিচা খনৰ শ্ৰমিক সকলে । নিৰ্মান কৰা এসপ্তাহ হল কিন্তু ব্যৱহাৰ কৰিবলৈ ভয় খাইছে লোক সকলে । এনেদৰে ই চৰকাৰ, প্ৰশানৰ ৰ লগত মিতিৰালি কৰি একাংশ ঠিকাদাৰ, সংস্থাই সংঘটিত কৰি আহিছে ব্যাপক দুৰ্নীতি । ৰাইজৰ দাবী এই সমূহ ঠিকাদাৰ ,সংস্থাক নাকী লগাব পাৰিবনে শূণ্য সহনশীলতা ৰ আৰু দুৰ্নীতি নিৰ্মূল কৰা কথা কোৱা সৰ্বানন্দ সোণোৱাল শাসিত চৰকাৰ খনে ।Conclusion:BYTE 1 : হিতাধিকাৰী
গোলাঘাট সমষ্টিৰ পৰা চামিম আলি , ETV Bharat , অসম

বি:দ্ৰ: বাতৰিতো কালি পঠিয়াইছিলো কিছু টেকনিকেল অসুবিধা বাবে মোৰ পৰা নগল । সেয়ে আজি পুনৰ পঠাইছো
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.