ETV Bharat / state

কাজিৰঙাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

অগৰাতলী ৰেঞ্জ হৈ উদ্যান পৰিদৰ্শন কৰি ৰাষ্ট্ৰীয় উদ্যানখনৰ আন্তঃগাঁথনি সম্পৰ্কত বিষয়াসকলৰ লগত বিষদভাৱে আলোচনা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ লগতে ভ্ৰমণকালত বানৰ সময়ত জীৱ-জন্তুসমূহ থাকিবলৈ উদ্যানত নিৰ্মাণ কৰা হাইলেণ্ডো তেওঁ পৰ্যবেক্ষণ কৰে ৷

author img

By

Published : May 12, 2019, 3:08 PM IST

কাজিৰঙাত মুখ্যমন্ত্ৰী সোণোৱালৰ বান পৰিস্থিতিৰ মুকাবিলা পৰিদৰ্শন

বোকাখাত , 12 মে': দেওবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শন কৰে ৷ সমাগত বাৰিষাত সম্ভাব্য বানৰ সময়ত জীৱ-জন্তুৰ সুৰক্ষা প্ৰদানৰ ব্যৱস্থা সম্পৰ্কে বুজ লয় মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

অগৰাতলী ৰেঞ্জ হৈ উদ্যান পৰিদৰ্শন কৰি ৰাষ্ট্ৰীয় উদ্যানখনৰ আন্তঃগাঁথনি সম্পৰ্কত বিষয়াসকলৰ লগত বিষদভাৱে আলোচনা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ লগতে ভ্ৰমণকালত বানৰ সময়ত জীৱ-জন্তুসমূহ থাকিবলৈ উদ্যানত নিৰ্মাণ কৰা হাইলেণ্ডো তেওঁ পৰ্যবেক্ষণ কৰে ৷ তদুপৰি পযটকৰ সুবিধাৰ্থে কাজিৰঙা সংযোগী পথ নিৰ্মাণ আৰু ৰিৰ্জ'টৰ সুব্যৱস্থাৰ ওপৰত মুখ্যমন্ত্ৰীগৰাকীয়ে গুৰুত্ব আৰোপ কৰে ৷

কাজিৰঙাত মুখ্যমন্ত্ৰী সোণোৱালৰ বান পৰিস্থিতিৰ মুকাবিলা পৰিদৰ্শন

ইপিনে ৰাষ্ট্ৰীয় ঘাইপথসমূহৰ শোচনীয় অৱস্থাৰ সন্দৰ্ভত সোণোৱালে কয় যে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণক নিৰ্মীয়মান ৰাষ্ট্ৰীয় ঘাইপথসমূহ শীঘ্ৰেই সম্পূৰ্ণ কৰিবলৈ কঠোৰ নিৰ্দেশ দিয়া হৈছে ৷ স্থানীয় বিধায়ক তথা কেবিনেট মন্ত্ৰী অতুল বৰা, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱকুমাৰ আৰু আঞ্চলিক বন বিষয়া ৰোহিণী শইকীয়াই এই পৰিদৰ্শন কালত মুখ্যমন্ত্ৰী সোণোৱালক সংগ দিয়ে ৷ উল্লেখ্য যে শনিবাৰে বিয়লি মুখ্যমন্ত্ৰীগৰাকী কাজিৰঙাত উপস্থিত হোৱাৰ কথা আছিল যদিও সময়ৰ নাটনি হোৱাৰ বাবে দেওবাৰে পুৱা তেওঁ উপস্থিত হয়হি ৷

Intro:বান পৰিস্থিতিৰ মুকাবিলা পৰিদৰ্শন হেতু কাজিৰঙাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালBody:বোকা খা ত, 12-05-2019
দেওবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শন কৰে। আগন্তুক বাৰিষা কালৰ প্ৰতি লক্ষ্য ৰাখি সম্ভাব্য বানপানীৰ সময়ত জীৱ-জন্তু সমূহৰ সুৰক্ষা সন্দৰ্ভত বুজ লয় মুখ্যমন্ত্ৰী গৰাকীয়ে। অগৰাতলী ৰেঞ্জ হৈ উদ্যান পৰিদৰ্শন কৰি ৰাষ্ট্ৰীয় উদ্যান খনৰ আন্তঃগাঁথনি সম্পৰ্কত বিষয়া সকলৰ লগত বিষদভাৱে আলোচনা কৰে। ভ্ৰমনকালত বানপানীৰ সময়ত জীৱ-জন্তু সমূহ থাকিবলৈ উদ্যানত নিৰ্মান কৰা হাইলেণ্ড সমূহো তেওঁ পৰ্যবেক্ষণ কৰে। পয্যটকৰ সুবিধাৰ্থে কাজিৰঙা সংযোগী পথ নিৰ্মান আৰু ৰিৰ্জটৰ সুব্যৱস্থাৰ ওপৰত মুখ্যমন্ত্ৰী গৰাকীয়ে গুৰুত্ব দিয়ে। ৰাষ্ট্ৰীয় ঘাইপথ সমূহৰ শোচনীয় অৱস্থাৰ সন্দৰ্ভত তেওঁ উল্লেখ কৰে যে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণক নিৰ্মীয়মান ৰাষ্ট্ৰীয় ঘাইপথসমূহ শীঘ্ৰেই সম্পূৰ্ণ কৰিবলৈ কঠোৰ নিৰ্দেশ দিয়া হৈছে।স্থানীয় বিধায়ক কেবিনেট মন্ত্ৰী অতুল বৰা, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱকুমাৰ, আঞ্চলিক বন বিষয়া ৰোহিনী শইকীয়াই এই পৰিদৰ্শনত মুখ্যমন্ত্ৰী ডাঙৰীয়াক সংগ দিয়ে। উল্লেখ্য যে শনিবাৰে বিয়লি মুখ্যমন্ত্ৰী গৰাকী ইয়াত উপস্থিত হোৱাৰ কথা আছিল যদিও সময়ৰ নাটনি হোৱাৰ বাবে দেওবাৰে পোৱা তেওঁ উপস্থিত হয়হি।Conclusion:Byte: C M
শ্ৰীমন্ত বৰাৰ ৰিপৰ্ট
ETV BHARAT, BOKAKHAT
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.