ETV Bharat / state

CM Sarma inaugurated 14 scheme: গোলাঘাটত 1575.39 কোটি টকা ব্যয়সাপেক্ষে 14 খন আঁচনিৰ শিলান্যাস মুখ্যমন্ত্ৰীৰ

author img

By

Published : Dec 9, 2022, 3:31 PM IST

শুকুৰবাৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই গোলাঘাটৰ সমন্বয় ক্ষেত্ৰত "বিকাশৰ বাবে এটা পষেক" কাৰ্যসূচীৰ অধীনত কেন্দ্ৰীয়ভাৱে গোলাঘাট জিলাৰ বিভিন্ন ঠাইত মুঠ ১৫৭৫.৩৯ কোটি টকা ব্যয়সাপেক্ষে কেইবাটাও বিভাগৰ 14 খন আঁচনিৰ শিলান্যাস আৰু উদ্বোধন কৰে (CM Sarma inaugurated 14 scheme)৷

CM Himanta Biswa Sarma  inaugurated 14 scheme in Golaghhat
CM Sarma inaugurated 14 scheme: গোলাঘাটত 1575.39 কোটি টকা ব্যয়সাপেক্ষে 14 খন আঁচনিৰ শিলান্যাস মুখ্যমন্ত্ৰীৰ

গোলাঘাট, 9 ডিচেম্বৰ: গোলাঘাটত জনতাৰ মাজলৈ বিকাশৰ গংগা নমাই অনাৰ লক্ষ্য লৈছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (CM Himanta Biswa Sarma in Golaghhat)৷ শুকুৰবাৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই গোলাঘাটৰ সমন্বয় ক্ষেত্ৰত 'বিকাশৰ বাবে এটা পষেক" কাৰ্যসূচীৰ অধীনত কেন্দ্ৰীয়ভাৱে গোলাঘাট জিলাৰ বিভিন্ন ঠাইত মুঠ ১৫৭৫.৩৯ কোটি টকা ব্যয়সাপেক্ষে কেইবাটাও বিভাগৰ 14 খন আঁচনিৰ শিলান্যাস আৰু উদ্বোধন কৰে (CM Sarma inaugurated 14 scheme)৷

গোলাঘাটত 1575.39 কোটি টকা ব্যয়সাপেক্ষে 14 খন আঁচনিৰ শিলান্যাস মুখ্যমন্ত্ৰীৰ

ইয়াৰ ভিতৰত আছে অসম মালাৰ অধীনত কমাৰগাঁৱৰ পৰা ধোদৰ আলি আৰু গোলাঘাট ৰঙাজান পথৰ উন্নীতকৰণ আৰু আধাৰশিলা স্থাপন, সংহত গোলাঘাট উপায়ুক্ত কাৰ্যালয়ৰ আধাৰশিলা স্থাপন (CM foundation laid of Golaghat DC office)। সৰুপথাৰত লাভলীনা বৰগোহাঁই বহুমুখী ক্ৰীড়া প্ৰকল্পত এখন মিনি ষ্টেডিয়ামৰ আধাৰশিলা স্থাপন, নৰাগাঁৱত মিনি ষ্টেডিয়ামৰ আধাৰশিলা স্থাপন, গোলাঘাটৰ বগৰীজেঙত চিকিৎসা মহাবিদ্যালয়, চিকিৎসালয়ৰ আধাৰশিলা স্থাপন, বীৰাঙ্গনা সতী সাধনী ৰাজ্যিক বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন, গোলাঘাট চৰকাৰী ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানত চৰকাৰী পলিটেকনিক প্ৰতিষ্ঠান আৰু আই টি আইৰ উন্নীতকৰণ কামৰ আধাৰশিলা স্থাপন, ৰেচিডেন্সিয়েল গাৰ্লছ পলিটেকনিকত চৰকাৰী পলিটেকনিক প্ৰতিষ্ঠান আৰু আই টি আইৰ উন্নীতকৰণৰ কামৰ আধাৰশিলা স্থাপন৷

ইয়াৰোপৰি ধনশিৰি চৰকাৰী ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানত চৰকাৰী পলিটেকনিক প্ৰতিষ্ঠান আৰু আই টি আইৰ উন্নীতকৰণ কামৰ আধাৰশিলা স্থাপন, মৰঙী আলিত ধনশিৰি নদীৰ ওপৰত আৰ চি চি দলঙৰ সম্প্ৰসাৰণৰ কামৰ আধাৰশিলা স্থাপন, লেটেকুজান নুমলীগড় বিদ্যুৎ সংবহন প্ৰকল্পৰ নিৰ্মাণ কাৰ্যসূচী আধাৰশিলা আৰু সৰুপথাৰ বিদ্যুৎ সংবহন প্ৰকল্পৰ উদ্বোধন কৰে । বৰবৰুৱা আলিৰ পৰা ধোদৰ আলি লৈ কাকোডোঙা নদীৰ দুয়োপাৰৰ উন্নীতকৰণৰ কামৰ আধাৰশিলা স্থাপন কৰে ।

এই অনুষ্ঠানত গোলাঘাট জিলাৰঅভিভাৱক মন্ত্ৰী কেশৱ মহন্ত (Health Minister Keshab Mahanta), কৃষিমন্ত্ৰী অতুল বৰা (Minister Atul Bora), বিত্তমন্ত্ৰী অজন্তা নেওগ (Finance Minister Ajanta Neog), শক্তিমন্ত্ৰী নন্দিতা গৰ্লোচা (Power Minister Nandita Garlosa), বিধায়ক মৃণাল শইকীয়া (MLA Mrinal Saikia), ভবেন্দ্ৰ নাথ ভৰালী আৰু বিধায়ক বিশ্বজিৎ ফুকন (MLA Biswajit Phukan) উপস্থিত থাকে ৷

লগতে পঢ়ক: Drugs mafia arrested : আৰক্ষীৰ জালত MOST WANTED ড্ৰাগছ মাফিয়া বিল্লাল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.