ETV Bharat / state

গাড়ীৰ খুন্দাত প্ৰাণ গ'ল কাজিৰঙাৰ বন্যপ্ৰাণীৰ

author img

By

Published : Jul 13, 2019, 4:28 PM IST

কাজিৰঙাৰ বাগৰি এলেকাত দ্ৰুতবেগী গাড়ীৰ খুন্দাত প্ৰাণ গ'ল এটা হৰিণাৰ ৷

পুনৰ প্ৰাণ গ'ল কাজিৰঙাৰ বন্যপ্ৰাণীৰ

কাজিৰঙা, 13 জুলাই :

  • দ্ৰুতবেগী গাড়ীয়ে প্ৰাণ কাঢ়িলে কাজিৰঙাৰ হৰিণাৰ
  • কাজিৰঙাৰ বাগৰি এলেকাত সংঘটিত এই ঘটনা
  • ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰোতেই সংঘটিত হয় দুৰ্ঘটনা
  • ধাৰাষাৰ বৰষুণে কাজিৰঙাক জলমগ্ন কৰি তোলাত ৰাজপথলৈ ওলাই আহিছিল হৰিণাটো
  • জীৱ-জন্তুৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যেই কাজিৰঙাত জাৰি কৰা হৈছিল 144 নং ধাৰা
  • কিন্তু এইপৰ্যন্ত আইন অমান্য কৰি দ্ৰুতবেগত বাহন চলাই আহিছে জনতাই

Intro:Breaking. Body:দ্ৰুতবেগী গাড়ীৰ খুন্দাত মৃত্যু কাজিৰঙাৰ হৰিণাৰ। কাজিৰঙাৰ বাগৰি এলেকাত সংঘটিত হয় এই দুর্ঘটনা। ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰাৰ সময়তে এখন দ্ৰুত বেগী বাহনে খুন্দিয়াই হৰিণাটোক। জলমগ্ন কাজিৰঙাৰ বন্য জীৱ জন্তু ওলাই আহে ৰাজপথলৈ। জীৱ জন্তুৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে জাৰি জাৰি কৰা হৈছিল 144 ধাৰা। কিন্তু এই আইন অমান্য কৰি দ্ৰুতবেগেৰে গাড়ী চলোৱাৰ বাতৰি সম্প্ৰচাৰ হৈছিল ই টি ভি ভাৰতত। কিন্তু এই পৰ্যন্ত কৰা নাই টাইম কাৰ্ডৰ ব্যৱস্থা।
--------------------------------------
ৰকিবুল ওৱাহিদ, নগাওঁ।
13-7-19Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.