ETV Bharat / state

গোলাঘাটত বিহুৰ আখৰাত ব্যস্ত কণ-কণ শিশু

গোলাঘাটৰ লৱনঘাটত মাহ-হালধীৰে গৰুক গা-ধুৱাই মানুহ বিহুৰ দিনা মুকলি পথাৰৰ লগতে ঘৰে ঘৰে হুঁচৰি গাই পৰম্পৰা ৰক্ষা কৰিবলৈ অন্তিম আখৰাত ব্যস্ত হৈ পৰিছে গাঁওখনৰ কণ কণ শিশুসকল ।

গোলাঘাটত বিহুৰ আখৰাত ব্যস্ত কণ-কণ শিশু
author img

By

Published : Apr 14, 2019, 11:02 PM IST

গোলাঘাট, 14 এপ্ৰিল : আজি গৰু বিহু ৷ ৰাজ্যজুৰি উলহ-মালহেৰে পালন কৰা হৈছে গৰু বিহু ৷ গোলাঘাটত গৰুক গা ধুৱাই পথাৰতে এপাক নাচিলে কণ কণ মইনাহঁতৰ পৰা আৰম্ভ কৰি ডেকা-গাভৰুৱে ।

গোলাঘাটত বিহুৰ আখৰাত ব্যস্ত কণ-কণ শিশু

কাইলৈ মানুহ বিহু । ঘৰে ঘৰে হুঁচৰি মৰাৰ সময় এতিয়া । মুকলি পথাৰত অন্তিম আখৰাত ব্যস্ত জাতি-বৰ্ণ-ধৰ্ম নিৰ্বিশেষে সকলো । সমান্তৰালকৈ গোলাঘাটৰ লৱনঘাটত মাহ-হালধীৰে গৰুক গা-ধুৱাই মানুহ বিহুৰ দিনা মুকলি পথাৰৰ লগতে ঘৰে ঘৰে হুঁচৰি গাই পৰম্পৰা ৰক্ষা কৰিবলৈ অন্তিম আখৰাত ব্যস্ত হৈ পৰিছে গাঁওখনৰ কণ কণ শিশুসকল ।

Intro:গোলাঘাটত গৰু গা ধুৱাই পথাৰতে এপাক নাছিলে কণ কণ মইনাহঁতৰ পৰা আৰম্ভ ডেকা-গাভৰুহতেও ।কিয়নো কালিলৈ মানুহ বিহু ।ঘৰে ঘৰে হুঁচৰি যোৰাৰ সময় এতিয়া ।মুকলি পথাৰত অন্তিম আখৰাত ব্যস্ত এতিয়া জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলো ।
এইয়াইতো বসন্ত । গছে-বনে,ফলে-ফুলে প্ৰকৃতি ৰাণীৰ এক অনন্য মাত্ৰা প্ৰদান কৰাৰ সময় এইয়া ।এই দৃশ্য গোলাঘাট লৱনঘাট অঞ্চলৰ ।মাঁহ-হালধীৰে গৰুৰ গা-ধুৱাই গাঁওখনৰ কণ কণ মইনাহঁতৰ হতৰ পৰা আৰম্ভ কৰি ডেকা গাভৰু সকলেও মুকলি পথাৰত মানুহ বিহুৰ দিনা ঘৰে ঘৰে হুঁচৰি গায় পৰম্পৰা ৰক্ষা কৰিবলৈ অন্তিম আখৰাত ব্যস্ত ।জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে ঘৰে ঘৰে হুঁচৰি গোৱা পৰম্পৰা অটুট ৰাখি আহিছে এই গাঁওৰ বাসিন্দা সকলে ।Body:BYTE 1 : নাচনীConclusion:গোলাঘাট সমষ্টিৰ পৰা চামিম আলি , ETV BHARAT ,অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.