"অতিকে চেনেহৰ মুগাৰে মহুৰা, তাতোকৈ চেনেহৰ মাকো, তাতোতকৈ চেনেহৰ বহাগৰ বিহুটি নাপাতি কেনেকৈ থাকো " । অসমীয়া জাতিৰ প্ৰাণৰ উৎসৱ বিহুক লৈ এতিয়াব্যস্ত অসমবাসী । প্ৰকৃতিৰ বুকুত বৰদৈচিলাৰ আগমণৰ লগে-লগে গছৰ ডালত কুলি-কেতেকীৰ সুৱলা মাতে বিহুবলীয়া অসমবাসীক বলিয়া কৰি তুলিছে ।
ৰঙালী বিহুৰ ব্যাপক প্ৰস্তুতি ধনশিৰি মহকুমাৰ নাওজানত - নাঁওজানত
ৰাজ্যৰ ভিন্ন প্ৰান্তৰ দৰে ধনশিৰি মহকুমাৰ নাওজানবাসীও বিহুক আদৰাৰ বাবে পূৰ্ণৰূপত প্ৰস্তুতি আৰম্ভ কৰিছে । হেপাহৰ ৰঙালী বিহুটিক আদৰিবলৈ গাভৰুসকলে তাঁতশালত আপোনজনৰ বাবে চেনেহৰ গামোছা লগোৱাৰ উপৰিও পিঠা পনা আদি বনোৱাৰ বাবেও প্ৰস্তুতি চলাইছে ।
ৰঙালী বিহুৰ ব্যাপক প্ৰস্তুতি ধনশিৰি মহকুমাৰ নাঁওজানত
"অতিকে চেনেহৰ মুগাৰে মহুৰা, তাতোকৈ চেনেহৰ মাকো, তাতোতকৈ চেনেহৰ বহাগৰ বিহুটি নাপাতি কেনেকৈ থাকো " । অসমীয়া জাতিৰ প্ৰাণৰ উৎসৱ বিহুক লৈ এতিয়াব্যস্ত অসমবাসী । প্ৰকৃতিৰ বুকুত বৰদৈচিলাৰ আগমণৰ লগে-লগে গছৰ ডালত কুলি-কেতেকীৰ সুৱলা মাতে বিহুবলীয়া অসমবাসীক বলিয়া কৰি তুলিছে ।
Intro:আগন্তুক লোকসভা নিৰ্বাচনত মাজতে অসম আৰু অসমীয়াৰ বাপতি সাহোন হেঁপাহৰ ৰঙালী বিহুটিলৈ মাজত মাত্ৰ কেইটামান দিন | সমগ্ৰ ৰাজ্যৰ চৌপাশে এতিয়া হেঁপাহৰ ৰঙালী বিহুটিক আদৰাৰ ব্যাপক প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে পিছপৰি ৰোৱা নাই নাই ধনশিৰি মহকুমাৰ নাওঁজান জনতাপথাৰৰ ডেকা গাভৰু সকলে । Body:অতিকৈ চেনেহৰ ৰঙালী বিহুটিক আদৰিবলৈ গাঁৱৰ জীয়ৰী বোৱাৰীয়ে বিহুৰ আখৰা কৰি সৰুপথাৰৰ নাঁওজান জনতা পথাৰ গাঁৱৰ আঁহত গছৰ তলত গাঁৱৰ ডেকা গাভৰুৱে চত মাহৰ পৰা ঢোল পেপা বজাই নাচি বাগি বিহুৰ আখৰা কৰি আহিছে | ডেকা গাভৰু ৰ বিহুৰ আখৰাত সহযোগ কৰিছে গাঁও খনৰ ডেকা বুঢ়া সকলোৱে | হেপাহৰ ৰঙালী বিহুটিক আদৰিবলৈ গাভৰু ছোৱালী সকলে শালত গামোচা, পিঠা পনা আদি বনোৱাৰ বাবে প্ৰস্তুতি চলাই আছে বুলি গাভৰু নাচনী সকলে জানিবলৈ দিয়ে । Conclusion:BYTE :-1/2 - নাচনী
সৰুপথাৰৰ পৰা দেৱাশীষ শৰ্মাৰ ৰিপৰ্ট ETV BHARAT অসম
সৰুপথাৰৰ পৰা দেৱাশীষ শৰ্মাৰ ৰিপৰ্ট ETV BHARAT অসম