ছেৱাগুৰি, 14 এপ্ৰিল: দেওবাৰে সমগ্ৰ ৰাইজ্যত গৰু বিহু পালন কৰা হয়, সমগ্ৰ ৰাজ্যৰ লগতে ধনশিৰি মহকুমাৰ বৰপথাৰৰ ছেৱাগুৰিতো অসমীয়াৰ বাপতি সাহোন হেঁপাহৰ ৰঙালী বিহুটিক আদৰাত ব্যস্ত হৈ পৰে ছেৱাগুৰিবাসী ৰাইজ ৷ ছেৱাগুৰি গাঁৱবাসীৰ উদ্যোগত ছেৱাগুৰি ৰাজহুৱা খেলপথাৰত প্ৰথম বাৰ্ষিক এদিনীয়া বিহু আদৰণি অনুষ্ঠান আয়োজন কৰে ৰাইজে ৷ অনুষ্ঠানৰ লগত সংগতি ৰাখি পৰমপৰাগত কণী যুঁজ প্ৰতিযোগিতা, মুকলি বিহু, জেং বিহু, হুঁচৰি প্ৰদৰ্শন আদি অনুষ্ঠানৰ আয়েজন কৰা হয় ৷
বৰপথাৰৰ ছেৱাগুৰিত বিহু উদযাপন - ASSAMESE NEW YEAR
ছেৱাগুৰিত পৰমপৰাগত কণী যুঁজ প্ৰতিযোগিতা, মুকলি বিহু, জেং বিহু, হুঁচৰি প্ৰদৰ্শনেৰে বিহুৰ বণাঢ্য অনুষ্ঠান
বৰপথাৰৰ ছেৱাগুৰিত বিহু উদযাপন
ছেৱাগুৰি, 14 এপ্ৰিল: দেওবাৰে সমগ্ৰ ৰাইজ্যত গৰু বিহু পালন কৰা হয়, সমগ্ৰ ৰাজ্যৰ লগতে ধনশিৰি মহকুমাৰ বৰপথাৰৰ ছেৱাগুৰিতো অসমীয়াৰ বাপতি সাহোন হেঁপাহৰ ৰঙালী বিহুটিক আদৰাত ব্যস্ত হৈ পৰে ছেৱাগুৰিবাসী ৰাইজ ৷ ছেৱাগুৰি গাঁৱবাসীৰ উদ্যোগত ছেৱাগুৰি ৰাজহুৱা খেলপথাৰত প্ৰথম বাৰ্ষিক এদিনীয়া বিহু আদৰণি অনুষ্ঠান আয়োজন কৰে ৰাইজে ৷ অনুষ্ঠানৰ লগত সংগতি ৰাখি পৰমপৰাগত কণী যুঁজ প্ৰতিযোগিতা, মুকলি বিহু, জেং বিহু, হুঁচৰি প্ৰদৰ্শন আদি অনুষ্ঠানৰ আয়েজন কৰা হয় ৷
Intro: আজি গৰু বিহু । সমগ্ৰ ৰাজ্যৰ লগতে ধনশিৰি মহকুমাৰ বৰপথাৰৰ ছেৱাগুৰিতো অসমীয়াৰ বাপতি সাহোন হেঁপাহৰ ৰঙালী বিহুত আদৰাত ব্যস্ত হৈ পৰেBody:ধনশিৰি মহকুমাৰ ছেৱাগুৰি গাঁৱবাসীৰ উদ্যোগত ছেৱাগুৰি ৰাজহুৱা খেলপথাৰত প্ৰথম বাৰ্ষিক এদিনীয়া বিহু আদৰণি অনুষ্ঠিত কৰিছে । অনুষ্ঠানৰ লগত সংগতি ৰাখি কণী যুঁজ প্ৰতিযোগিতা, মুকলি বিহু, জেং বিহু, হুঁচৰি প্ৰদৰ্শন অনুষ্ঠিত কৰিছে । Conclusion:সৰুপথাৰৰ পৰা দেৱাশীষ শৰ্মাৰ ৰিপৰ্ট ETV BHARAT অসম