ETV Bharat / state

মন্ত্ৰী অতুল বৰাৰ পিতৃৰ সোঁৱৰণত তোৰণ উন্মোচন

গোলাঘাট হেমপ্ৰভা বৰবৰা ছোৱালী মহাবিদ্যালয়ৰ স্বৰ্ণ জয়ন্তী উপলক্ষে এই তোৰণখন নিৰ্মাণ কৰা হয় ৷ হেমপ্ৰভা বৰবৰা ছোৱালী মহাবিদ্যালয়ৰ অধ্যক্ষ বিপুল চন্দ্ৰ ভূঞাই এই তোৰণ উন্মোচন কৰে ৷তোৰণ উন্মোচন অনুষ্ঠানত দাতা পৰিয়ালৰ হৈ কৃষিমন্ত্ৰী অতুল বৰাৰ লগতে তেওঁৰ মাতৃ আৰু পৰিয়ালবৰ্গ উপস্থিত থাকে ৷

author img

By

Published : May 9, 2019, 3:09 PM IST

অতুল বৰা পিতৃৰ সোৱঁৰণত তোৰণ উন্মোচন

গোলাঘাট , 09 মে' : গোলাঘাটত বৃহস্পতিবাৰে মন্ত্ৰী অতুল বৰা পিতৃ স্বৰ্গীয় মেহুৰাম বৰা দেৱৰ সোঁৱৰণত এখন তোৰণ উন্মোচন কৰা হয় ৷ গোলাঘাট হেমপ্ৰভা বৰবৰা ছোৱালী মহাবিদ্যালয়ৰ স্বৰ্ণ জয়ন্তী উপলক্ষে এই তোৰণখন নিৰ্মাণ কৰা হয় ৷ হেমপ্ৰভা বৰবৰা ছোৱালী মহাবিদ্যালয়ৰ অধ্যক্ষ বিপুল চন্দ্ৰ ভূঞাই এই তোৰণ উন্মোচন কৰে ৷তোৰণ উন্মোচন অনুষ্ঠানত দাতা পৰিয়ালৰ হৈ কৃষিমন্ত্ৰী অতুল বৰাৰ লগতে তেওঁৰ মাতৃ আৰু পৰিয়ালবৰ্গ উপস্থিত থাকে ৷

অতুল বৰা পিতৃৰ সোৱঁৰণত তোৰণ উন্মোচন

তোৰণ উন্মোচন অনুষ্ঠানত উপস্থিত থকা মন্ত্ৰী অতুল বৰাক সাংবাদিকে গোলাঘাট অভিযান্ত্ৰিক মহাবিদ্যালয় প্ৰসংগত প্ৰশ্ন কৰাত তেওঁ কয় যে গোলাঘাট অভিযান্ত্ৰিক মহাবিদ্যালয় স্বীকৃতি বাতিল সম্পৰ্কত চৰকাৰে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে আৰু মুখ্যমন্ত্ৰীয়ে বিষয়টো গুৰুত্ব সহকাৰে লৈছে । স্বীকৃতি বাতিলৰ খবৰটো সংবাদ মাধ্যমৰ পৰা জানিব পৰা বুলি কৈ মন্ত্ৰী বৰাই কয় যে ছাত্ৰ ছাত্ৰী সকলৰ ভৱিষ্যতৰ কেতিয়াও ক্ষতি হবলৈ দিয়া ন'হব ৷ ইয়াৰোপৰিও শ্বহীদৰ কেঁচা তেজৰ বিনিময়ত গঠন হোৱা অগপত বিসম্বাদ নাই, কিন্তু মত প্ৰাৰ্থক্য আছে বুলি কয় মন্ত্ৰী বৰাই ৷

Intro:গোলাঘাট হেমপ্ৰভা বৰবৰা ছোৱালী মহাবিদ্যালয়ৰ স্বৰ্ণ জয়ন্তী উপলক্ষে নিৰ্মিত মন্ত্ৰী অতুল বৰা পিতৃ স্বৰ্গীয় মেহুৰাম বৰা দেৱৰ সোৱৰণত তোৰণ উন্মোচন । তোৰণ উন্মোচন কৰে হেমপ্ৰভা বৰবৰা ছোৱালী মহাবিদ্যালয়ৰ অধ্যক্ষ বিপুল চন্দ্ৰ ভূঞাই । তোৰণ উন্মোচনত দাতা পৰিয়ালৰ হয় উপস্থিত থাকে কৃষি মন্ত্ৰী অতুল বৰা তেওঁৰ মাতৃ আৰু পৰিয়াল বৰ্গ । অনুষ্ঠানত উপস্থিত হোৱা মন্ত্ৰী অতুল বৰাক সাংবাদিকে গোলাঘাট অভিযান্ত্ৰিক মহাবিদ্যালয় প্ৰসংগত সোধাত তেওঁ কয় গোলাঘাট অভিযান্ত্ৰিক মহাবিদ্যালয় স্বীকৃতি আৱেদন বাতিল সম্পৰ্কত চৰকাৰে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে । মুখ্যমন্ত্ৰীয়ে গুৰুত্ব সহকাৰে লৈছে বিষয়টো । স্বীকৃতি আৱেদন বাতিলৰ খবৰটো সংবাদ মাধ্যমৰ পৰা জানিব পৰা বুলি কৈ মন্ত্ৰী বৰাই কয় ছাত্ৰ ছাত্ৰী সকলৰ ভৱিষ্যত কেতিয়াও ক্ষতি হবলৈ দিয়া নহব । অসম গণ পৰিষদ দলত বিসম্বাদৰ সৃষ্টি হৈছে নেকি বুলি সোধাত অতুল বৰাই কয় শ্বহীদৰ কেচা তেজৰ বিনিময়ত গঠন হোৱা অগপত বিসম্বাদ নাই কিন্তু মত প্ৰাৰ্থক্য আছে বুলি কয় ।Body:byte 1:. মন্ত্ৰী অতুল বৰা
byte2 : বিপুল চন্দ্ৰ ভূঞা ( অধ্যক্ষ )Conclusion:গোলাঘাট সমষ্টিৰ পৰা চামিম আলি , etv Bharat , অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.