ETV Bharat / state

গোলাঘাটত পুনৰ চুলাই সন্ত্ৰাস

author img

By

Published : Mar 22, 2019, 11:52 PM IST

গোলাঘাটত পুনৰ বিষাক্ত  চুলাই সেৱন কৰি অসুস্থ  3 জনকৈ লোক

গোলাঘাটত পুনৰ চুলাই সন্ত্ৰাস

গোলাঘাট, 22মাৰ্চঃ গোলাঘাটত পুনৰ বিষাক্ত চুলাই সেৱন কৰি অসুস্থ চিকিৎসাধীন হয়3 জনকৈ লোক৷ লোক কেইজন ক্ৰমে -

মিছামৰা ঢুলীয়া বস্তিৰ কান্ত ভূঞা, ৪ নং ৰংবং ৰ ৰাজেন ভূঞা আৰুচিনাতলীৰ প্ৰদীপ বৰা বুলি জানিব পৰা গৈছে৷ তিনিওজনক ইতিমধ্যেগোলাঘাট অসামৰিক চিকিৎসালয়ত ভৰ্ত্তি কৰোৱা হৈছে৷

গোলাঘাটত পুনৰ চুলাই সন্ত্ৰাস

উন্নত চিকিৎসাৰ বাবে যোৰহাটলৈ প্ৰেৰণ কৰাৰ পৰামৰ্শ চিকিৎসকৰ৷

লোক কেইজন ক্ৰমে - 

মিছামৰা ঢুলীয়া বস্তিৰ কান্ত ভূঞা, ৪ নং ৰংবং ৰ ৰাজেন ভূঞা আৰু 

চিনাতলীৰ প্ৰদীপ বৰা 

তিনিওজনক গোলাঘাট অসামৰিক চিকিৎসালয়ত ভৰ্ত্তি

উন্নত  চিকিৎসাৰ বাবে যোৰহাটলৈ প্ৰেৰণ কৰাৰ পৰামৰ্শ চিকিৎসকৰ
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.