ETV Bharat / state

বন বিভাগৰ নিৰ্দেশনা, অভিলাষী আঁচনিৰ পৰা বঞ্চিত অসমীয়া! - জিলা বন বিষয়া

প্ৰধানমন্ত্ৰী আৱাসগৃহৰ পৰা বঞ্চিত গোলাঘাটৰ অসম নাগালেণ্ডৰ সীমান্তৰ সাতখনকৈ পঞ্চায়তৰ প্ৰায় সহস্ৰাধিক হিতাধিকাৰী ৷ গোলাঘাট জিলা বন বিষয়াই জাৰি কৰা এক নিৰ্দেশনাৰ পাচতেই বঞ্চিত হ'বলগীয়া হয় হিতাধিকাৰীসকল ৷

বন বিভাগৰ নিৰ্দেশনা, অভিলাষী আঁচনিৰ পৰা বঞ্চিত অসমীয়া
author img

By

Published : Aug 9, 2019, 2:44 PM IST

Updated : Aug 9, 2019, 3:28 PM IST

সৰুপথাৰ, 9 আগষ্ট : বিগত 6 আগষ্টত মহানগৰীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পত আয়োজিত অনুষ্ঠানত প্ৰধানমন্ত্ৰী আৱাস যোজনা( গ্ৰামীণ) ৰ অধীনত ৰাজ্যত 1 লাখতকৈ অধিক আৱাসগৃহ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰিছিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ অনুষ্ঠানত 2022 চনৰ ভিতৰত ৰাজ্যৰ প্ৰত্যেকটো দুখীয়া পৰিয়াললৈ আৱাসগৃহ প্ৰদানৰ আশ্বাস দিছিল মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ কিন্তু চৰকাৰৰ এই অভিলাষী আঁচনিৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে গোলাঘাটৰ অসম নাগালেণ্ডৰ সীমান্তৰ সাতখনকৈ পঞ্চায়তৰ প্ৰায় সহস্ৰাধিক হিতাধিকাৰী ৷

বন বিভাগৰ নিৰ্দেশনা, অভিলাষী আঁচনিৰ পৰা বঞ্চিত অসমীয়া

প্ৰাপ্ত তথ্য অনুসৰি, গোলাঘাট জিলা বন বিষয়াই '1980 চনৰ বন আইন' অনুসৰি অসম-নাগালেণ্ড সীমান্তৰ বনাঞ্চলৰ ভূমিত কোনোধৰণৰ নিৰ্মাণ কাৰ্য কৰিব নোৱাৰিব বুলি এক নিৰ্দেশ প্ৰদান কৰে ৷ যাৰ ফলত সীমান্তৰ বনাঞ্চলত বছৰৰ পাচত বছৰ ধৰি বসবাস কৰি অহা দ্ৰৰিদ্ৰ হিতাধিকাৰীয়ে 2019-2020 PMAY ( গ্ৰামীণ) আৱাসগৃহৰ পৰা বঞ্চিত হ'বলগীয়া হয় ৷ ইপিনে, অসমৰ বনাঞ্চলৰ ভূমি বেদখল কৰি অট্টালিকা সজা নগা লোকৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ বনবিভাগৰ ৷ স্থানীয় ৰাইজৰ দাবী বন বিভাগে শীঘ্ৰে এই নিৰ্দেশনা প্ৰত্যাহাৰ কৰক ৷

Intro:প্ৰধান মন্ত্ৰী আৱাস যোজনা (গ্ৰামীণ) আঁচনি ৰ অধীনত ঘৰ লাভ কৰা অসমৰ এক লাখ হিতাধিকাৰীৰ ঘৰৰ নিৰ্মাণ কায্যৰ ছয় আগষ্টত আধাৰশিলা স্থাপন কৰা হয় যদিও | সৰুপথাৰৰ অসম নগালেণ্ড সীমান্তৰ সাত খন পঞ্চায়তৰ প্ৰায় সহস্ৰাধিক হিতাধিকাৰী এই সুবিধাৰ পৰা বঞ্চিত হব লগা হয় |
Body:গোলাঘাট জিলা বন প্ৰাধিকাৰী বিষয়াই এক নিৰ্দেশ যোগে ধনশিৰি মহকুমাৰ অসম নগালেণ্ড সীমান্তৰ বনাঞ্চলৰ ভূমিত ১৯৮০ চনৰ বন আইন অনুসৰি কোনোধৰণৰ নিৰ্মাণ কাৰ্য্য কৰিব নোৱাৰিব বুলি নিৰ্দেশ দিয়ে | যাৰ ফলত পঞ্চায়ত আৰু গ্ৰামোন্নয় বিভাগে অসম নগালেণ্ড সীমান্তৰ বনাঞ্চলৰ ভুমিত বছৰ বছৰ ধৰি গাঁও পাতি বসবাস কৰা চুঙাজান এম ভি, হালধিবাৰী লাচিত গাঁও, চিলনীজান, কৰৈঘাট আদি সাত খন পঞ্চায়তৰ দৰিদ্ৰ হিতাধিকাৰী ২০১৯ -২০২০ বিত্তীয় বৰ্ষত PMAY ঘৰ পোৱাৰ পৰা বঞ্চিত হয় | লক্ষণীয় ভাবে অসমৰ বনাঞ্চলৰ ভুমি বেদখল কৰি গাঁও পাতি পকী অট্টালিকা সাজিছে নগা লোক সকলে এই ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে অসমৰ বনবিভাগে | স্থানীয় ৰাইজৰ দাবী বনবিভাগে বন বিভাগে এই নিৰ্দেশনা স্থগিত ৰাখি লাগে | সৰুপথাৰ সীমান্তত দৰিদ্ৰ হিতাধিকাৰীক প্ৰধান মন্ত্ৰী আৱাস যোজনা ৰ ঘৰ নিৰ্মানত বন বিভাগে বাধা প্ৰদান নকৰিবলৈ আহবান |
Conclusion:Byte হিতাধিকাৰী

সৰুপথাৰৰ পৰা দেৱাশীষ শৰ্মাৰ ৰিপৰ্ট ETV BHARAT অসম
Last Updated : Aug 9, 2019, 3:28 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.