ETV Bharat / state

হাই স্কুল শিক্ষান্ত পৰীক্ষাত পঞ্চম স্থানেৰে গোলাঘাটলৈ গৌৰৱ কঢ়িয়ালে উপাসা মুদৈয়ে - 5 th Position

উপাচাই ৫৮৯ নম্বৰৰে পঞ্চম স্থান অধিকাৰ কৰিবলৈ সক্ষম হাইস্কুল শিক্ষান্ত পৰীক্ষাত ।

হাই স্কুল শিক্ষান্ত পৰীক্ষাত পঞ্চম স্থান অধিকাৰ কৰিলে গোলাঘাটৰ উপাচা মুদৈয়ে
author img

By

Published : May 15, 2019, 9:27 AM IST

Updated : May 15, 2019, 10:48 AM IST

গোলাঘাট, ১৫ মেঃ আজি ঘোষনা কৰা হ'ল হাই স্কুল শিক্ষান্তৰ পৰীক্ষাৰ ফলাফল । প্ৰথম দহটা স্থানৰ ভিতৰত পঞ্চম স্থান অধিকাৰ কৰিলে গোলাঘাট জাতীয় বিদ্যালয়ৰ উপাচা মুদৈয়ে ।

হাই স্কুল শিক্ষান্ত পৰীক্ষাত পঞ্চম স্থান অধিকাৰ কৰিলে গোলাঘাটৰ উপাচা মুদৈয়ে

ঘোষনা কৰা হ'ল হাই স্কুল শিক্ষান্তৰ পৰীক্ষাৰ ফলাফল । প্ৰথম দহটা স্থানৰ ভিতৰত পঞ্চম স্থান অধিকাৰ কৰিলে গোলাঘাট জাতীয় বিদ্যালয়ৰ উপাচা মুদৈয়ে । পৰীক্ষা ফলাফলক লৈ ছাত্ৰী গৰাকীৰ লগতে পৰিয়াল আনন্দত উপচি পৰিছে । লগতে ছাত্ৰী গৰাকীৰ শিক্ষক সকলে উপাচাক ফুলাম গোমাচাৰে আদৰণি জনাইছে । উপাচাই ৫৮৯ নম্বৰৰে পঞ্চম স্থান অধিকাৰ কৰিবলৈ সক্ষম হাই স্কুল শিক্ষান্ত পৰীক্ষাত ।

Last Updated : May 15, 2019, 10:48 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.