ETV Bharat / state

কছুপথাৰত প্ৰিয় খাদ্য বিচাৰি গজৰাজৰ দল

গোলাঘাটৰ খুমটাইত প্ৰতিবছৰে প্ৰিয় খাদ্যৰ সন্ধানত এনেদৰে ধনশিৰী নদী পাৰ হৈ বন্যহস্তীৰ জাক ।

খুমটাইৰ কছুপথাৰত বিচৰণ এজাক বন্যহস্তীৰ
author img

By

Published : Jun 10, 2019, 11:59 AM IST

Updated : Jun 10, 2019, 12:05 PM IST

গোলাঘাট,১০ জুনঃ গোলাঘাটৰ খুমটাই কছুপথাৰত জাক জাক বন্যহস্তীৰ বিচৰণ । প্ৰতিবছৰে খুমটাই অঞ্চললৈ আহে বন্যহস্তীৰ বৃহৎ জাক। ধনশিৰী নদী পাৰ হৈ খুমটাই কছুপথাৰলৈ খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা প্ৰতিবছৰে ওলাই আহে বন্যহস্তীৰ দল।

খুমটাইৰ কছুপথাৰত বিচৰণ এজাক বন্যহস্তীৰ

উল্লেখ্য যে, কছুপথাৰ অঞ্চলত প্ৰচুৰ পৰিমাণে হয় ৰঙালাওৰ খেতি। বন্যহস্তীৰ অন্যতম প্ৰিয় খাদ্য ৰঙালাও। খুমটাই অঞ্চলৰ বিঘাই বিঘাই ৰঙালাও খেতিক লক্ষ্য কৰি ধনশিৰী নদী পাৰ হৈ খুমটাইলৈ আহে বন্যহস্তীৰ জাক। অৱশ্যে কৃষকৰ বহু কষ্টৰ ফচল সহজে নষ্ট কৰিব নোৱাৰে বন্যহস্তীৰ দলে। সকলো কৃষক তথা গাওঁবাসীয়ে হাতে হাতে যাঁঠি জোং লৈ বন্যহস্তীৰ দলটোক খেতি পথাৰত প্ৰৱেশত বাধা দিয়ে। অৱশেষত অহা বাটেৰেই বনাঞ্চললৈ যাত্ৰা কৰে বন্যহস্তীৰ দলটোৱে।

Golaghat 10.06.2019
slug : as_glt_elephant terror_vis_byte_7205572
O.C.: এইবাৰ গোলাঘাটৰ খুমটাই কছুপথাৰত বন্যহস্তীৰ জাক। প্ৰতিবছৰে খুমটাই অঞ্চললৈ আহে বন্যহস্তীৰ এটা বৃহৎ জাক। ধনশিৰী নদী পাৰ হৈ খুমটাই কছুপথাৰলৈ খাদ্যৰ সন্ধানত আহে বন্যহস্তীৰ দলটো। উল্লেখ্য যে কছুপথাৰ অঞ্চলত প্ৰচুৰ পৰিমাণে হয় ৰঙালাও খেতি। বন্যহস্তীৰ অন্যতম প্ৰিয় খাদ্য ৰঙালাও। খুমটাই অঞ্চলৰ বিঘা বিঘা ৰঙালাও খেতিক লক্ষ্য কৰি  ধনশিৰী নদী পাৰ হৈ খুমটাইত উপস্থিত হয় বন্যহস্তীৰ জাকটো। অৱশ্যে বহু কষ্টৰ ফচল সহজে নষ্ট কৰিব নোৱাৰে বন্যহস্তীৰ দলে। সকলো কৃষক তথা গাওঁবাসীয়ে হাতে হাতে জাঠি জোং লৈ বন্যহস্তীৰ দলটোক খেতি পথাৰত প্ৰৱেশত বাধা দিয়ে। দীৰ্ঘ সময় নদীত সাঁতুৰী শখদুৰী অৱশেষত অহা বাটেৰেই বনাঞ্চললৈ যাত্ৰা কৰে বন্যহস্তীৰ দলটোয়ে।
Byte 1: স্থানীয় যুৱক।
গোলাঘাটৰ পৰা দিগন্ত চাহুৰ ৰিপ'ৰ্ট, Etv Bharat অসম।
Feed send by ftp.
Last Updated : Jun 10, 2019, 12:05 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.