ETV Bharat / state

তথ্য দিব পাৰিলে তদন্ত চলিব গুৰুজ্যোতিৰ আত্মীয়ৰ বিৰুদ্ধে - সুৰজিৎ সিং পানেচৰ

ৰমেন ডেকা আৰু অতুল বৰাৰ অভিযোগৰ পিচতেই দুয়োগৰাকী নেতাক উপযুক্ত তথ্য প্ৰদান কৰিবলৈ আহ্বান জনাইছে অসম লোকসেৱা আয়োগৰ তদন্তকাৰী বিষয়া তথা গোলাঘাট জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিত সিং পানেচৰে ৷

সুৰজিত সিং পানেচৰ
author img

By

Published : Jun 29, 2019, 8:07 PM IST

গোলাঘাট, 29 জুনঃ অসম লোকসেৱা আয়োগৰ কেলেংকাৰীত বিধায়ক গুৰুজ্যোতি দাসৰ নাম সাঙোৰ খাই পৰাৰ পিচতেই ইটিভি ভাৰত অসমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে গোচৰটোৰ তদন্তকাৰী বিষয়া সুৰজিত সিং পানেচৰে ৷

শেহতীয়াকৈ বিধায়ক গুৰুজ্যোতি দাসৰ পৰিয়ালৰ পাঁচজনকৈ সদস্যই কিদৰে লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ পালে তাক লৈ প্ৰশ্ন উত্থাপন কৰিছিল বিজেপি নেতা ৰমেন ডেকা আৰু অতুল বৰাই এই বিষয়টো তদন্তলৈ আনিব লাগে বুলি দাবী উত্থাপন কৰিছিল ৷ কিন্তু তদন্তকাৰী বিষয়া পানেচৰে সকলোৰে বহী পৰীক্ষা সম্পন্ন হোৱাৰ লগতে কোনোধৰণৰ বিসংগতি নথকাৰ কথা উল্লেখ কৰে ৷ অৱশ্যে যদিহে ৰমেন ডেকা আৰু অতুল বৰাৰ হাতত অন্য কিবা তথ্য আছে সেয়া আৰক্ষীক প্ৰদান কৰিলে বিষয়টো সন্দৰ্ভত গুৰুত্ব দিয়াৰ লগতে দোষীয়ে শাস্তি পাব বুলি উল্লেখ কৰে পানেচৰে ৷

গুৰুজ্যোতি দাসৰ বিৰুদ্ধে অভিযোগঃ পানেচৰৰ প্ৰতিক্ৰিয়া

Intro:Body:Golaghat.29.06.2019
slug : as_glt_add. sp panesar react_vis_byte_7205572
O.C. দেশ জোকাৰি যোৱা ৰাজ্যৰ এ পি এছ চি নিযুক্তি কেলেংকাৰী নিতৌ ন ন অভিযোগ উথাপন হব ধৰিছে। শেহতীয়াকৈ বি জে পি নেতা ৰমেন ডেকা আৰু অতুল বৰাই বিধায়ক গুৰুজ্যেতি দাসৰ পৰিয়ালত ৫ জন সদস্যই নিযুক্তি দিয়াৰ বিষয়টো তদন্তৰ আউতালৈ আনিব লাগে বুলি দাবী জনাইছে। এই ক্ষেত্ৰত গোলাঘাট জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক তথা এ পি এছ চি কেলেংকাৰীৰ তদন্তৰ দায়িত্বত নিয়োজিত সুৰজিৎ সিং পানেশ্বৰৰ প্ৰতিক্ৰিয়া। গোলাঘাটত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় নিদিষ্ট তথ্য লাভ কৰিলেই তদন্তৰ আউতালৈ আহিব। বি জে পিৰ জ্যেষ্ঠ নেতা ৰমেন ডেকাৰ সৈতে যোগাযোগ কৰাৰ লগতে এই ক্ষেত্রত নিদিষ্ট অভিযোগ থাকিলে তদন্ত কৰিব বুলি জনাই। তদন্তত দোষী প্ৰমাণ হলে শাস্তি পাবই বুলিও কয় সুৰজিৎ সিং পানেশ্বৰে।
Byte_সুৰজিৎ সিং পানেশ্বৰ
গোলাঘাটৰ পৰা দিগন্ত চাহুৰ ৰিপ'ৰ্ট, Etv Bharat অসম।

Feed send by mojo.Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.